Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Budget session at BTC Legislative Assembly Bhawan : অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল

publisher by publisher
February 15, 2025
in India, Assam
Reading Time: 1 min read
0
Budget session at BTC Legislative Assembly Bhawan :  অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BTC:বিটিচিৰ এমচিএলএৰ বাবে ছয় সদস্য মনোনীত ৰাজ্যপালৰ

Hagrama Mohilary takes oath:কাইলৈ বিটিচিৰ মুৰব্বী হিচাপে শপত ল’ব হাগ্রামা মহিলাৰীয়ে

ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ

Budget session at BTC Legislative Assembly Bhawan :

অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল

ADVERTISEMENT

প্রথমবাৰৰ বাবে অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰস্থিত বিটিচি পৰিষদীয় ভৱনত অনুষ্ঠিত হ’ব লগাক লৈ উচ্ছ্বসিত হৈছে বিটিচি মুৰব্বী প্রমোদ বড়ো।

ইতিমধ্যে এই অধিবেশন উপলক্ষে প্রশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰ নতুনকৈ সজাই-পৰাই তুলিছে। অধিবেশনৰ প্ৰস্তুতিৰ বুজ লৈ বিটিচিৰ মুৰব্বী বড়োৱে সাংবাদিকৰ আগত কয়, ‘অহা ১৭ ফেব্ৰুৱাৰীৰ দিনটো আমাৰ বাবে ঐতিহাসিক দিন হ’ব। অসম বিধানসভাই সদায়ে ৰাজ্যৰ উন্নয়নৰ হকে সিদ্ধান্ত গ্রহণ কৰি আহিছে। বৰ্তমানৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই স্থায়ী শান্তি-সমন্বয়ৰ লগতে ৰাজ্যৰ চুকে-কোণে উন্নয়নৰ বাবেও কাম কৰিছে।’

নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘বিকশিত ভাৰত’ নির্মাণ প্রক্রিয়াত ইতিমধ্যে অসম চামিল হৈছে বুলিও তেওঁ মন্তব্য কৰে। লগতে তেওঁ আশা প্রকাশ কৰে যে ‘এডভান্টেজ অসম’ বিনিয়োগ সম্মিলন আয়োজনৰ মুখ্যমন্ত্ৰীৰ উদ্দেশ্য সফল হ’ব।

আনহাতে, অসম বিধানসভাৰ আগন্তুক বাজেট অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰে আৰম্ভ হ’ব। এই অধিবেশন উপলক্ষে ৰাজ্যপাল আচাৰ্যই বন্দে ভাৰত ৰেলত উঠি কোকৰাঝাৰত উপস্থিত হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

পিছদিনা তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত অংশ ল’ব। তদুপৰি তেওঁ কেন্দ্ৰীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (চিআইটি) কোকৰাঝাৰৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা। তেওঁ চৰাইখোলাস্থিত অতিথিশালাত দুনিশা কটাব। বাজেট অধিবেশনলৈ ৰাজ্যপালক অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আদিয়ে আদৰি নিব।

আনহাতে, বাজেট অধিবেশনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী আৰু আন মন্ত্রী-বিধায়কসকলে ১৭ ফেব্ৰুৱাৰীৰ পুৱা গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব। যাত্রাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বিটিচি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। বাজেট অধিবেশন উক্ত দিনা ১১-৪৫ বজাৰ পৰা আৰম্ভহ’ব। এই অধিবেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে।

বিটিচিৰ কাৰ্যবাহী সদস্য তথা সদস্যসকলে গেলাৰীৰ বাওঁফালৰ আসনত বহি অধিবেশনৰ কাৰ্যক্ৰমণিকা চাব পাৰিব। আনহাতে, সাংবাদিকসকলৰ বাবে গেলাৰীৰ সোঁফালৰ আসনৰ ব্যৱস্থা কৰা হৈছে। অধিবেশনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বকো আমন্ত্রণ জনোৱা হৈছে। তেওঁলোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা সভাস্থলীত ডাঙৰ পৰ্দাত অধিবেশনৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব। বর্তমানে পৰিষদীয় ভৱনৰ পাৰ্কিঙৰ স্থানত অস্থায়ী ৰভাৰ ব্যৱস্থা কৰি সেই সুবিধা মুকলি কৰা হৈছে।

আনহাতে, বিটিচি সচিবালয়ৰ প্ৰাংগণত নিৰ্মাণ কৰা অস্থায়ী মণ্ডপত মন্ত্রী-বিধায়কসকলৰ বাবে ভোজনৰ ব্যৱস্থা কৰা হৈছে। উক্ত দিনা সুষম আহাৰ তথা পৰম্পৰাগত খাদ্য পৰিবেশন কৰা হ’ব বুলি সূত্রই প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTCBTRBudget Session
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য
News

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d