ADVERTISEMENT

Tag: MUKESH AMBANI

ধনাঢ্যৰ তালিকাত পুনৰ উত্থান আম্বানীৰ

দেশৰ আগশাৰীৰ উদ্যোগপতি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানীৰ সম্পত্তি পুনৰ বৃদ্ধি পালে । বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত আম্বানীৰ স্থান ...

Read moreDetails

ধনাঢ্য ব্যক্তিৰ তালিকাত সপ্তম স্থানলৈ অৱনমিত আদানী ,শীৰ্ষ ১০ৰ পৰা বাহিৰলৈ আম্বানী

চলিত বৰ্ষত ধন উপার্জনৰ ক্ষেত্ৰত বিশ্বৰ সকলাে শীর্ষ ধনাঢ্য ব্যক্তিক পৰাভূত কৰা ভাৰতীয় উদ্যোগপতি গৌতম আদানী শেহতীয়াভাৱে একাধিক প্রত্যাহ্বানৰ সন্মুখীন ...

Read moreDetails

বিগত ২৪ ঘণ্টাত বৃহৎ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন বিশ্বৰ সকলাে শীর্ষ অবুদপতি

বিশ্বৰ সকলাে শীর্ষ অবুদপতিৰ সম্পত্তিৰ পৰিমাণ বিগত ২৪ ঘণ্টাত যথেষ্ট হ্রাস পালে। শীর্ষ ধনাঢ্যৰ প্ৰথম ১০ স্থানত থকা আটাইকেইজন অবুদপতিৰ ...

Read moreDetails

১২৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ চতুৰ্থ স্থানত আদানী

অর্বুদপতিৰ সম্পত্তি বৃদ্ধিৰ প্ৰতিযোগিতাত ভাৰতীয় উদ্যোগপতি তথা এছিয়াৰ সবাতোকৈ ধনাঢ্য ব্যক্তি গৌতম আদানীৰ জয়যাত্রা অব্যাহত আছে। বিলিয়নেৰ ইনডেক্সৰ শেহতীয়া পৰিসংখ্যা ...

Read moreDetails

পুনৰ শীর্ষ ১০ অবুদপতিৰ তালিকাত অন্তর্ভুক্ত হ’ল আম্বানী, ষষ্ঠ স্থানত আদানী

বিশ্বৰ শীর্ষ অবুদপতিৰ তালিকাত শেহতীয়াকৈ কিছু পৰিৱর্তনে দেখা দিলে। ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰৰ মূল্যবৃদ্ধিৰ ফলত মুকেশ আম্বানীয়ে আকৌ এবাৰ বিশ্বৰ শীর্ষ ...

Read moreDetails

১৩.১৪ কোটিটকীয়া কালিনন গাড়ী ক্রয় আম্বানীৰ

ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানীয়ে অলপতে ১৩.১৪ কোটিটকীয়া মূল্যৰ আলট্রা প্রিমিয়াম ৰ’লছ্ ৰয়েচ কালিনন গাড়ী এখন ক্রয় কৰিলে। ৰিলায়েন্স মুৰব্বীজনে ...

Read moreDetails

পুনৰ আম্বানীক ওফৰাই এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হ’ল আদানী

মাত্র এদিন পূর্বে ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানীয়ে এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে পুনৰ স্বীকৃতি লাভ কৰিছিল। কিন্তু শুকুৰবাৰে পুনৰ ধনাঢ্য ...

Read moreDetails

আদানীক অতিক্ৰম কৰি পুনৰ এছিয়াৰ ধনাঢ্যৰ শীৰ্ষত মুকেশ আম্বানী

বিগত কিছুদিন ধৰি সম্পত্তি আহৰণৰ প্ৰতিযােগিতাত পৰস্পৰক তীব্র প্রত্যাহ্বান জনাই আহিছে ভাৰতৰ দুই সবাতােকৈ ধনাঢ্য উদ্যোগপতি ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুকেশ আম্বানী ...

Read moreDetails

ৰিলয়েন্সৰ দায়িত্ব এৰিব মুকেশে,নিজে দিলে ইংগিত

বৃহৎ স্বপ্ন আৰু অসম্ভৱ লক্ষ্য পূৰণৰ বাবে প্রয়ােজন সুযােগ্য নেতৃত্বৰ। এইবাৰ ৰিলায়েন্সৰ শীর্ষ মহলত পৰিৱৰ্তনৰ ইংগিত দিলে প্রতিষ্ঠানটোৰ মুৰব্বী মুকেশ ...

Read moreDetails

২০২১ বৰ্ষত ভাৰতত অর্বুদপতিৰ সংখ্যা ১২৬ জনলৈ বৃদ্ধি

বর্ষতাে ভাৰতৰ উদ্যোগপতি আৰু বিনিয়ােগকাৰীৰ বাবে উল্লেখযােগ্য আছিল। প্রকাশিত তথ্য অনুসৰি,চলিত বৰ্ষত দেশত অর্বুদপতিৰ সংখ্যা ১২৬ জনলৈ বৃদ্ধি পালে। দেশৰ ...

Read moreDetails
Page 3 of 7 1 2 3 4 7