Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বিগত ২৪ ঘণ্টাত বৃহৎ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন বিশ্বৰ সকলাে শীর্ষ অবুদপতি

আদানী-আম্বানীসহ বিশ্বৰ শীর্ষ ধনাঢ্যৰ সম্পত্তি হ্রাস : মাস্কৰৰ ১৮ বিলিয়ন ডলাৰৰ লােকচান

publisher by publisher
May 11, 2022
in International, News
Reading Time: 1 min read
0
বিগত ২৪ ঘণ্টাত বৃহৎ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন বিশ্বৰ সকলাে শীর্ষ অবুদপতি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

তিৰুমালা মন্দিৰত আধুনিক ৰান্ধনীগৃহ নিৰ্মাণ কৰিব মুকেশ আম্বানীয়ে

বিশ্বৰ সকলাে শীর্ষ অবুদপতিৰ সম্পত্তিৰ পৰিমাণ বিগত ২৪ ঘণ্টাত যথেষ্ট হ্রাস পালে। শীর্ষ ধনাঢ্যৰ প্ৰথম ১০ স্থানত থকা আটাইকেইজন অবুদপতিৰ সম্পত্তিৰ পৰিমাণ এদিনতে উল্লেখনীয় পৰিমাণত হাস পালে।

ADVERTISEMENT

ধনাঢ্য ব্যক্তিৰ তালিকাত প্রথম স্থানত থকা এলন মাস্কৰ পৰা আৰম্ভ কৰি দশম স্থানত থকা মুকেশ আম্বানীলৈকে সকলােৱে বিগত ২৪ ঘণ্টাত বৃহৎ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হ’ল।

বিলিয়নেৰ ইনডেক্সৰ পৰিসংখ্যা অনুসৰি, যােৱা ২৪ ঘণ্টাত বিশ্বৰ প্রায় সকলােবােৰ অবুদপতিৰ সম্পত্তি হ্রাস পালে। সম্প্রতি অর্বুদপতিৰ তালিকাত প্রথম স্থানত থকা টেছলা আৰু স্পেচএক্সৰ মুৰব্বী এলন মাস্কৰ সর্বাধিক পৰিমাণৰ বাণিজ্যিক ক্ষতি হ’ল।

প্রকাশিত বাতৰি অনুসৰি মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ বিগত এদিনত ১৮.৫ বিলিয়ন ডলাৰ হ্রাস পােৱাৰ ফলত ২২৯ বিলিয়ন ডলাৰ হ’ল। টুইটাৰ ক্ৰয়ৰ পাছতে হঠাতে মাস্কৰ সম্পত্তি হ্রাস পাবলৈ ধৰে। মাস্কৰ মালিকনাধীন টেছলাৰ শ্বেয়াৰমূল্য ১২ শতাংশ হ্রাস পালে।

মাস্কৰ লগতে ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত থকা এমেজনৰ প্রতিষ্ঠাপক জেফ বেজ’ছৰাে সম্পত্তি বিগত এদিনত যথেষ্ট হ্রাস পালে।

যােৱা ২৪ ঘণ্টাত বেজ’ছৰ ৬.০৪ বিলিয়ন ডলাৰ লােকচান হােৱাৰ ফলত তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৩৩ বিলিয়ন ডলাৰলৈ হ্রাস পালে।

তৃতীয় স্থানত থকা মাইক্ৰছফটৰ প্ৰতিষ্ঠাপক বিল গেটছৰ সম্পত্তিৰ পৰিমাণ ৩.১৫ বিলিয়ন ডলাৰ হ্রাস পােৱাত বর্তমানে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ১২০ বিলিয়ন ডলাৰ। চতুর্থ স্থানত থকা অবুদপতি বর্ণাৰ্ড অর্ণাল্টৰ ৪.২৪ বিলিয়ন ডলাৰ সম্পত্তি হ্রাসৰ ফলত মুঠ সম্পত্তিৰ পৰিমাণ ১২০ বিলিয়ন ডলাৰ হ’ল।

পঞ্চম স্থানত থকা ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ যােৱা ২৪ ঘণ্টাত ৫.১৯ বিলিয়ন ডলাৰ হ্রাস পালে আৰু বর্তমানে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১১৫ বিলিয়ন ডলাৰ। একেদৰে দশম স্থানত থকা ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ সম্পত্তিও বিগত এদিনত ৪.২৪ বিলিয়ন ডলাৰ হ্রাসৰ ফলত ৯২.১ বিলিয়ন ডলাৰ হ’ল।

যােৱা ২৪ ঘণ্টাত ৱাৰেন বফেৰ ২.৫৩ বিলিয়ন ডলাৰ, লেৰি পেজৰ ২.২৫ বিলিয়ন ডলাৰ, মর্গেই ব্রিনৰ ২.১৭ বিলিয়ন ডলাৰ আৰু ষ্টিভ উইলমাৰৰ ৩.২৪ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস পালে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Business NewsMUKESH AMBANI
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d