ADVERTISEMENT
publisher

publisher

বড়োলেণ্ডৰ নামত অসম বিভাজন কৰিবলৈ দিয়া নহ’ব : নৱ শৰণীয়া

বড়োলেণ্ডৰ নামত অসমক বিভাজন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে কোকৰাঝাৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই।  গোসাঁইগাৱৰ আদিবাসী অধ্যুষিত বালাগাঁৱত...

মোদীৰ সবল নেতৃত্ব-ৰাষ্ট্ৰবাদ  হ’ব পাৰে বিজেপিৰ প্ৰচাৰ কৌশল

ফেচবুকত মোদীক হত্যাৰ পোষ্ট দি জয়পুৰত গ্ৰেপ্তাৰ এজন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বাবে দায়িত্ব দিব বিচৰা বুলি ফেচবুকত পোষ্ট লিখি ৰাজস্হানৰ জয়পুৰত গ্ৰেপ্তাৰ হ'ল এজন লোক। হাৰিয়ানাৰ ৰেৱাৰীত...

লালথ্লামুৱানী : মিজোৰামৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী

লালথ্লামুৱানী : মিজোৰামৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী এইবাৰৰ লোকসভা নিৰ্ব্বাচনত মিজোৰামত এক ইতিহাস ৰচনা হ'ব। কাৰণ ইতিহাসত প্ৰথমবাৰ বাবে ৰাজ্যখনত এইবাৰ...

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ কিশোৰী উদ্ধাৰ

আৰ্থিক দৈন্যতা আৰু অজ্ঞানতাৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা প্ৰত্যেকদিনেই বহু শিশু,  কিশোৰ কিশোৰী আৰু মহিলাক এটা দুষ্ট...

শপতনামাৰ তথ্য : এশ কোটি টকা সম্পত্তিৰ গৰাকী হেমা মালিনী।

biঅভিনয় জগতৰ পৰা ৰাজনীতিলৈ অহা হেমা মালিনী অৰ্বুদপতি। একালৰ মোহময়ী অভিনেত্ৰীৰাকীয়ে মনোনয়ন পত্ৰৰ স'তে গাঁঠি দিয়া শপতনামাত এই তথ্য প্ৰকাশ...

অভিনেতা-অভিনেত্ৰীৰ গ্লেমাৰ চাই ভোট নিদিব।কংগ্ৰেছলৈ উৰ্মিলা মাতণ্ডকাৰ

আসন্ন লোকসভা নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে কংগ্ৰেছত যোগদান কৰিলে অভিনেত্ৰী-নৃত্যাংগনা উৰ্মিলা মাতণ্ডকাৰে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ স'তে হোৱা এক আলোচনাৰ...

Page 2584 of 2588 1 2,583 2,584 2,585 2,588