Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GreekTheater Workshop In Nagaon:নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা সফলতাৰে সমাপন

কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত গ্ৰীচৰ পেলোপনিজ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ অধ্যাপিকা ক্ৰীষ্টিনা জ’নিউ আৰু গ্ৰীচৰ নাট্য শিক্ষাবিদ নিকোছ গ’ভাছ

publisher by publisher
May 30, 2024
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
GreekTheater Workshop In Nagaon:নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা সফলতাৰে সমাপন
8
SHARES
78
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Greek Theater Workshop In Nagaon:

ADVERTISEMENT

২৭ মেৰ পৰা ৩০ মেলৈ সূত্ৰধাৰ আৰু জন-সংস্কৃতি স্কুল অৱ ড্ৰামা (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ যৌথ উদ্যোগত নগাঁৱত গ্ৰীক নাটকৰ ওপৰত চাৰিদিনীয়া কৰ্মশালা সফলতাৰে সমাপন কৰা হয় ৷ এই কৰ্মশালাখনি অনুষ্ঠিত হয় পৰিবেশ্য কলা প্ৰশিক্ষণৰ প্ৰতিস্থান সূত্ৰধাৰ চৌহদত ৷

ইউৰোপীয়ান দেশ গ্ৰীচৰ গ্ৰীপেলোপনিজ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ অধ্যাপিকা ক্ৰীষ্টিনা জ’নিউ আৰু গ্ৰীচৰ নাট্য শিক্ষাবিদ নিকোছ গ’ভাছ অংশগ্ৰহণকাৰীসকলৰ নাট্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ৷ এই উপলক্ষে কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে পশ্চিম বংগৰ পৰা অহা জন সংস্কৃতি নাট্য বিদ্যালয়ৰ সঞ্চালক ড॰ সঞ্জয় গাংগুলী উপস্থিত থাকে ৷ গোটেই কৰ্মশালাটি পৰিচালনা কৰে জন সংস্কৃতি নাট্য বিদ্যালয় (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ সঞ্চালক মূচ্চৰ্না মহন্ত আৰু সূত্ৰধাৰৰ সঞ্চালক গৌৰৱ কুমাৰ হাজৰিকাই ৷

]কৰ্মশালাৰ সময়ছোৱাত ৫৫ জন অংশগ্ৰহণকাৰীয়ে গ্ৰীক নাট্যৰ উপাদান, গ্ৰীক নাট্যৰ ইতিহাস, শাৰিৰীক অংগ সঞ্চালন, বিভিন্ন নাটকীয় কাৰ্যকলাপ আৰু শিক্ষাত নাটকৰ ব্যৱহাৰৰ বিষয়ে অভিজ্ঞতা লাভ কৰে৷ কৰ্মশালাৰ শেষত ৩০ মে’ত এ ডি পি কলেজৰ সহযোগত একক আন্তঃৰাষ্ট্ৰীয় বক্তৃতা কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে এ ডি পি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সদানন্দ পায়েং, ড॰ চিত্তৰঞ্জন নাথৰ লগতে অন্যান্য অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু বহু স-পৰিচিত নাট্য কৰ্মী উপস্থিত থাকে ৷ বক্তৃতা কাৰ্যসূচীৰ পিছত সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট অতি্থিসকলক সূত্ৰধাৰ চৌহদত সন্মুখত অসম আৰু উত্তৰ –পূবৰ সংস্কৃতি প্ৰতিফলিত এক সাংস্কৃতিক সন্ধিয়া সূত্ৰধাৰৰ উদীয়মান শিল্পীসকলে উপহাৰ দিয়ে ৷

অসমৰ যুৱ আৰু প্ৰতিভাৱান শিল্পীৰ সৈতে কাম কৰাটো এক বৃহৎ অভিজ্ঞতা হোৱাৰ কথা ক্ৰীষ্টিনা জ’নিউৱে নিজৰ অভিজ্ঞতাত প্ৰকাশ কৰে৷ তেঁও ভৱিষ্যতে কিছু সহযোগিতামূলক কলাত্মক কাম কৰিবলৈ আগ্ৰহী ৷ ড॰ সঞ্জয় গাংগুলীয়ে কয় যে অসমৰ সাংস্কৃতিক পৰিচয় অতি শক্তিশালী ৷ মহান শ্ৰীমন্ত শংকৰদেৱৰ অৱদানত তেওঁ সঁচাকৈয়ে আপ্লুত ৷ কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে গ্ৰীক নাট্য প্ৰডাকচন সৃষ্টি কৰাৰ লগতে গ্ৰীচত প্ৰদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰে নিকোছ গ’ভাছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Greek Theater WorkshopNagaonSutradhar
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d