Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

আলিয়া-কৃতি যৌথভাৱে শ্ৰেষ্ঠ অভিনেত্রী, অল্লু অৰ্জনলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান, শ্ৰেষ্ঠ অসমীয়া ছবিৰ বাবে ‘অনুৰ লৈ ৰজতকমল, শ্রেষ্ঠ মিচিং ভাষাৰ ছবি ‘বুম্বা ৰাইড’ ‘অনুনাদ' শ্রেষ্ঠ সামাজিক বিষয়ৰ ছবি, তিৱা ছবি, 'ফায়াৰ অন এজ' শ্রেষ্ঠ নৃতাত্ত্বিক ছবিৰ সন্মান, কুলদা কুমাৰ ভট্টাচাৰ্য- জাহানাৰা বেগমলৈ বিশেষ সন্মান, শ্ৰেষ্ঠ ছবি 'ৰকেট্ৰি দ্য নাম্বি এফেক্ট'

publisher by publisher
August 25, 2023
in Assam, Entertainment, India, News
Reading Time: 2 mins read
0
69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক

Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা

69th National Film Awards Announced:

৬৯ সংখ্যক ৰাষ্ট্ৰীট চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হয়। নতুন দিল্লীত এক সংবাদমেল যোগে এই বঁটাসমূহ ঘোষণা কৰে প্ৰযোজক কেতন মেহতা নেতৃত্বাধীন জুৰীয়ে। প্রখ্যাত বিজ্ঞানী এ এম নাম্বিয়াৰৰ জীৱনৰ ভিত্তিত নিৰ্মাণ কৰা তথা আৰ মাধৱন পৰিচালিত আৰু অভিনীত ৰকেট্ৰি দ্য নাম্বি এফেক্ট’য়ে শ্রেষ্ঠ ছবিৰ সন্মান অৰ্জন কৰে। সেইদৰে মঞ্জুল বৰুৱাই পৰিচালনা কৰা তথা বলিউদৰ প্ৰখ্যাত অভিনেতা ৰজত কাপুৰে অভিনয় কৰা অনুৰলৈ শ্রেষ্ঠ অসমীয়া ফিচাৰ ছবিৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। তদুপৰি, এইবাৰো অসমলৈ আহিছে একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।

ADVERTISEMENT

জুৰীয়ে প্ৰথমে নির্বাচিত তালিকাখন কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ হাতত অৰ্পণ কৰে। ইয়াৰ পাছতে বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। ‘অনুৰ’ৰ উপৰি অসমৰ আন দুখন ছবিয়ে নিজস্ব শিতানত ” শ্রেষ্ঠ ছবিৰ সন্মান বুটলিবলৈ সক্ষম হয়। বিশ্বজিৎ বৰাই পৰিচালনা কৰা ‘বুম্বা ৰাইড’ ছবিখনে মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান অৰ্জন কৰে। সেইদৰে অনুনাদ লৈ শ্ৰেষ্ঠ সামাজিক বিষয়ৰ ছবি আৰু প্ৰণৱজ্যোতি ডেকা পৰিচালিত তিৱা ভাষাৰ ছবি ‘ফায়াৰ অন এজ লৈ শ্ৰেষ্ঠ নৃতাত্ত্বিক ছবিৰ বঁটা আগবঢ়োৱা হয়। অনুৰ’ ছবিৰ অভিনেত্ৰী ডাঃ জাহানাৰা বেগমলৈ জুৰীৰ বিশেষ বঁটা আৰু কুলদা কুমাৰ ভট্টাচাৰ্যক ‘হাতীবন্ধু’ ছবিৰ বাবে শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ সন্মান আবঢ়োৱা হয়।

উল্লেখ্য যে দুগৰাকী অভিনেত্ৰীয়ে এইবাৰ যৌথভাৱে শ্ৰেষ্ঠা অভিনেত্ৰীৰ সম্মান অৰ্জন কৰে। ‘গংগুবাঈ কাঠিয়াৱাড়িৰ বাবে আলিয়া ভাটে আৰু ‘মিমি’  ছবিৰ বাবে কৃতি শ্বেননে এই বঁটাৰ বাবে নিৰ্বাচিত হয়। দুয়োখন ছবিতে আলিয়া আৰু কৃতিৰ অভিনয়ে যথেষ্ট প্রশংসা বুটলিবলৈ সক্ষম হৈছিল। আনহাতে, শ্রেষ্ঠ অভিনেতাৰ বঁটা অৰ্জন কৰিছে দক্ষিণৰ তাৰকা অল্লু অর্জুনে। ছুপাৰহিট ছবি ‘পুষ্পা : দ্য বাইজ’ ছবিৰ অসাধাৰণ অভিনয়ৰ বাবে তেওঁ এই সন্মান অর্জন কৰে। ‘মিমি’ ছবিত দুর্দান্ত অভিনয়ৰ বাবে পংকজ ত্রিপাঠীয়ে শ্রেষ্ঠ সহ- অভিনেতা আৰু ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বাবে পল্লৱী যোশীয়ে শ্রেষ্ঠা সহ- অভিনেত্ৰীৰ বঁটা লাভ কৰে।

উল্লেখ্য যে ‘গংগুবাঈ কাঠিয়াৱাড়ি’ ‘আৰআৰআৰ’ আৰু ‘চৰ্দাৰ উধম’ ছবিয়ে একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। ‘গংগুবাঈ কাঠিয়াবাড়ি’ৰ বাবে সঞ্জয় লীলা ভাঞ্চালিয়ে শ্রেষ্ঠ সম্পাদক আৰু উৎকর্ষিনী বশিষ্ঠৰ স’তে শ্ৰেষ্ঠ চিত্রনাট্য (কাহিনীৰ আধাৰিত)ৰ সন্মান অৰ্জন কৰে। শ্রেষ্ঠ মৌলিক চিত্ৰনাট্যৰ সম্মান অৰ্জন কৰে ‘নায়টু’ ছবিৰ বাবে শ্বাহি কবিৰে ৷ দেশলৈ অস্কাৰ কঢ়িয়াই অন্য ‘আৰআৰ আৰ’ক শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ সন্মান প্ৰদৰ্শন কৰা হয়। সেইদৰে অস্কাৰ অৰ্জন কৰা ছবিখনৰ গীত ‘নাট্টু নাট্ৰ’ৰ বাবে কালা ভৈৰৱক প শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বঁটাৰ নিৰ্বাচিত কৰা হয়। ছবিখা শ্রেষ্ঠ সংগীত পৰিচালনা (আবহ সংগীত)ৰ সন্মানো অৰ্জন কৰে। শ্ৰেষ্ঠা মহিলা কণ্ঠশিল্পীৰ সন্মান অর্জন কৰে শ্রেয়া ঘোষালে। ‘চৰ্দাৰ উধম’ ছবিখনে শ্রেষ্ঠ হিন্দী ছবিৰ সন্মান অর্জন কৰে। জুৰীৰ বিশেষ বঁটা লাভ কৰে এজন ভাৰতীয় সেনা বিষয়াৰ সাহস আৰু বলিদানৰ কাহিনীৰে নিৰ্মিত ‘শ্বেৰশ্বাহ’ নামৰ ছবিখনে। ‘পুষ্পা’ ছবিৰ বাবে দেৱী শ্রী প্রসাদে শ্রেষ্ঠ সংগীত পৰিচালকৰ সম্মান অর্জন কৰে। উল্লেখ্য যে বছৰৰ – শেষৰ ফালে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুরে এক অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰিব। আনহাতে, দেশৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা দাদাচাহেব ফাল্কে বঁটা বিজয়ীৰ নাম পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি সদৰি কৰে জুৰীয়ে ৷

আনহাতে ,৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমৰ শিল্পী আৰু কলা- কুশলীসকলক অভিনন্দন জনাইছে আম আদমি পার্টীয়ে। বিভিন্ন শিতানত ৬টা বঁটাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক উজলাই তোলা চিনেমা জগতৰ অভিনেতা-অভিনেত্ৰীসকলৰ লগতে পৰ্দাৰ আঁৰৰ শিল্পী তথা কলা-কুশলীসকলে অসমবাসীক আজি গৌৰৱান্বিত কৰিছে। কুলদা কুমাৰ ভট্টাচার্যই ‘হাতীবন্ধু’ চিনেমাৰ বাবে শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত আম আদমি পাৰ্টীয়ে শিল্পীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে। শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ দ্বাৰা ‘অনুৰ’ আৰু শ্ৰেষ্ঠ মিচিং চলচ্চিত্ৰ হিচাপে ‘বোম্বা ৰাইড’ সন্মানিত হৈছে। এই দুয়োখন ছবিৰ সমূহ কলা-কুশলীৰ লগতে প্রযোজক-পৰিচালকক আপৰ সভাপতি ডা° ভবেন চৌধুৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। শ্রেষ্ঠ নৃতাত্ত্বিক ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে তিৱা ছবি ‘Fire on Edge’ সন্মানিত হোৱাত ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলীকো দলটোৱে শুভেচ্ছা জনায়। ব্যতিক্রমী চলচ্চিত্র ‘অনুৰ’ত অভিনয় কৰা ডাঃ জাহানাৰা বেগমে  জুৰীৰ বিশেষ উল্লেখ সন্মান লাভ কৰাত আম আদমি পার্টীয়ে শিল্পীগৰাকীকো শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ‘অনুনাদ’ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছে আৰু ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলী দলটোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 69 National film AwardAannouncedJuri CommitteesMinistry of Information and Broadcasting
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d