ADVERTISEMENT
publisher

publisher

দুই শতাধিক সমবায়ৰ এজেণ্টৰ লগত বিধায়ক পদ্মৰ সভা : চতিয়াৰ দুখীয়া ৰাইজৰ ঘৰে ঘৰে বিতঁৰণ হ’ব  চাউল

দুই শতাধিক সমবায়ৰ এজেণ্টৰ লগত বিধায়ক পদ্মৰ সভা : চতিয়াৰ দুখীয়া ৰাইজৰ ঘৰে ঘৰে বিতঁৰণ হ’ব চাউল

লকডাউনৰ সময়ত দৈনিক উৰ্পাজনেৰে জীৱন অতিবাহিত কৰা লোকসকলৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা ৰোধ কৰিবলৈ  চাউল বিতঁৰণৰ  সকলো ব্যৱস্থা কৰিছে চতিয়াৰ...

মাছ মাৰিবলৈ গৈ গোৱালপাৰাৰ দাকাইদলত দুই কিশোৰৰ সলিল সমাধি

মাছ মাৰিবলৈ গৈ গোৱালপাৰাৰ দাকাইদলত দুই কিশোৰৰ সলিল সমাধি

কৰ'না ভাইৰাছৰ আতংকৰ মাজতে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তর্গত দাকাইদল গাঁওৰ দুগৰাকীকৈ কিশোৰৰ আজি বিয়লী পানীত পৰি মৃত্য হোৱা...

বিখ্যাত ৰক ব্ৰেণ্ড ‘ৱানে’ৰ গীতিকাৰ আদাম ছেলছিংগাৰৰ পৰলোক

বিখ্যাত ৰক ব্ৰেণ্ড ‘ৱানে’ৰ গীতিকাৰ আদাম ছেলছিংগাৰৰ পৰলোক

ক'ৰনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ৯০ৰ দশকৰ জনপ্ৰিয় গীতিকাৰ আদাম ছেলছিংগাৰে । কেইবাদিন ধৰি অসুস্থ হৈ আছিল শিল্পী গৰাকী ।...

নিজামুদ্দিন প্ৰসংগত টুইট কৰিলে অস্কাৰ বিজয়ী সঙ্গীত শিল্পী এ আৰ ৰহমানে

নিজামুদ্দিন প্ৰসংগত টুইট কৰিলে অস্কাৰ বিজয়ী সঙ্গীত শিল্পী এ আৰ ৰহমানে

গোটেই বিশ্ব জুৰি চলি থকা ক'ৰনা ভাইৰাছৰ ত্ৰাসৰ সময়তে দিল্লীৰ নিজামুদ্দিনত তবলিগি জামাতৰ অনুষ্ঠানত হেজাৰ হেজাৰ লোক সমবেত হোৱাৰ ফলত...

শিলঘাট বিহডুবিত ব্ৰহ্মপুত্ৰৰ বালিতে নষ্ট হৈছে শ শ বিঘা তৰমুজ খেতি

শিলঘাট বিহডুবিত ব্ৰহ্মপুত্ৰৰ বালিতে নষ্ট হৈছে শ শ বিঘা তৰমুজ খেতি

তৰমুজৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলোৱা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাটৰ বিহডুবি অঞ্চলৰ একাংশ কৃষকে চকুৰে সৰিয়হফুল দেখিছে।...

নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা  ৯৬০ বিদেশীৰ ভিছা ব্লেকলিষ্টেড

নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা ৯৬০ বিদেশীৰ ভিছা ব্লেকলিষ্টেড

সমাৱেশত যোগদান কৰা ব্যক্তিৰ সংস্পৰ্শলৈ অহা ন হেজাৰক কোৱাৰেন্টাইন দেশত মাৰাত্মক কৰ'না ভাইৰাছ আক্ৰান্তৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাইছে । ইয়াৰ...

ওদালগুৰিৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী ৰিহন দৈমাৰীৰ

ওদালগুৰিৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী ৰিহন দৈমাৰীৰ

বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ভিড-১৯ত দেশৰ লগতে হঠাৎ ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে আজি দিনৰ ১১...

Page 2611 of 2691 1 2,610 2,611 2,612 2,691