Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Illegal Coal Mining: ৰাজ্যত কয়লাৰ অবৈধ বেহা স্বীকাৰ কৰিলে স্বয়ং আৰক্ষী প্রধানেও

'দৈনিক অগ্রদূত'ত ধাৰাবাহিকভাবে প্রকাশ অবৈধ কয়লা খনন-সৰবৰাহৰ তথ্য

publisher by publisher
January 20, 2025
in Assam, News
Reading Time: 1 min read
0
জি পি সিং

জি পি সিং

2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

Illegal Coal Mining: ৰাজ্যত কয়লাৰ অবৈধ বেহা স্বীকাৰ কৰিলে স্বয়ং আৰক্ষী প্রধানেও

ADVERTISEMENT
  • সাতদিনৰ ভিতৰত লিডু-মাৰ্ঘেৰিটা- লেখাপানী-উমৰাংছ’ত ‘ৰেট হ’ল মাইনিং’ বন্ধৰ হুংকাৰ জি পিৰ
  • দৃষ্টিগোচৰ নহ’ল দুবছৰে
  • ‘দৈনিক অগ্রদূত’ত ধাৰাবাহিকভাবে প্রকাশ অবৈধ কয়লা খনন-সৰবৰাহৰ তথ্য

ৰাজ্যত অবৈধ কয়লা খনন (ৰেট হ’ল মাইনিং) আৰু অবাধ সৰবৰাহ চলি অহা বুলি ‘দৈনিক অগ্রদূত’-এ ধাৰাবাহিকভাৱে প্ৰকাশ কৰি অহা বাতৰিৰ সত্যতা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ পাছত স্বীকাৰ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্রধান (ডিজিপি) জিপি সিঙেও।

কালি কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ সঞ্চালকপ্রধানৰূপে নিযুক্তি লাভ কৰা ডিজিপি সিঙে সম্প্ৰতি পূব অসমৰ ডিব্ৰুগড়, শিৱসাগৰ আদি জিলা ভ্রমণ কৰে। এই ভ্ৰমণৰ সময়ত তেওঁ আজি সাংবাদিকৰ আগত ৰাজ্যৰ বিভিন্ন স্থানত ‘ৰেট হ’ল মাইনিং’ চলি থকাৰ কথা স্বীকাৰ কৰে। মুখ্যমন্ত্ৰীৰ নির্দেশমৰ্মে ‘ক’লা হীৰা’ৰ এই অবৈধ খনন সাতদিনৰ ভিতৰত বন্ধ কৰা হ’ব বুলিও তেওঁ কয়।

লক্ষ্যণীয় যে যোৱা ছয় জানুৱাৰীত ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ এটা অবৈধ কয়লা খনিত কৰ্মৰত অৱস্থাত এক জল দুর্যোগত কমেও নজন শ্রমিক আবদ্ধ হোৱা তথা পৰৱৰ্তী সময়ত ইয়াৰে
চাৰিজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগায়।

কার্যতঃ এই ঘটনাই অবৈধ কয়লা খনি কেনে বিপজ্জনক আৰু প্ৰাণৰ প্ৰতি প্রতিমুহূর্ততে শংকা থকাৰ পাছতো একমাত্ৰ দৰিদ্ৰতাৰ বাবেই যে একাংশ লোকে এনে কয়লা খনিত কাম কৰিবলৈ যায় সেয়াও প্ৰতিপন্ন কৰে। উমৰাংছ’ৰ কয়লা খনিৰ ঘটনাটোৱে উন্নয়নৰ চৰকাৰী ধ্বনিকো একপ্ৰকাৰ সাৰশূন্য প্ৰতিপন্ন কৰে।

এই ক্ষেত্ৰত ততোধিক লক্ষ্যণীয় দিশটো হ’ল যে মুখ্যমন্ত্রী ড: শৰ্মাৰে ঘনিষ্ঠতা থকা উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গলোছাৰ সন্মতিত তেওঁৰ পত্নী কণিকা হোজায়ে এই অবৈধ খনিটো পৰিচালনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। তৎসত্ত্বেও গর্লোছা দম্পতীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা ৰাজ্য চৰকাৰ বিৰত আছে।

আনহাতে, মাৰ্ঘেৰিটা, লিডু আৰু লেখাপানীতো কয়লাৰ অবৈধ খনন চলি থকাৰ বাতৰি ‘দৈনিক অগ্রদূত’-এ ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে।  স্বয়ং ডিজিপি সিঙেওকাৰ্যতঃ এই বাতৰিৰ সত্যতা স্বীকাৰ কৰি অবৈধ কয়লা খনি বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে।

ইতিমধ্যে দুই-এটা অবৈধ কয়লা খনি বন্ধ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে। উল্লেখ্য যে সিঙে দুবছৰ পূৰ্বে ২০২৩ৰ ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্রহণ কৰে। ১৯৯১ৰ বেটছৰ আইপিএছ বিষয়া সিঙে ২০২৭ৰ ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

লক্ষ্যণীয় যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰূপে দুবছৰ কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁৰ কিয় ৰাজ্যত চলি থকা অবৈধ কয়লা খনি দৃষ্টিগোচৰ নহ’ল, সেয়া ৰহস্যজনক। আজি তেওঁ ডিব্ৰুগড়ত সাংবাদিকৰ আগত কয়, ‘মাৰ্ঘেৰিটা, লিডু আৰু লেখাপানীত কয়লাৰ অবৈধ খনন চলি আছে।

মুখ্যমন্ত্রীয়ে মোক এই তিনি ঠাইৰ বিষয়ে অবগত কৰে। সেইমৰ্মে এই তিনি ঠাইৰ প্রশাসনিক বিষয়াবর্গ, বন বিভাগ আৰু কয়লা প্রাধিকৰণৰ বিষয়াবৰ্গৰ স’তে আলোচনা অনুষ্ঠিত হয়। সাতদিনৰ ভিতৰত কয়লাৰ অবৈধ খনন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।’

ডিজিপি সিঙে লগতে কয় যে আজি পুৱাৰ পৰা সমগ্ৰ উমৰাংছ’ অঞ্চলত কয়লাৰ অবৈধ খননৰ জৰীপ চলোৱা হয়। অৱশ্যে বিশেষ খনন পোৱা নাই বুলি সদৰী কৰি তেওঁ আৰু কয়, ‘পূৰ্বৰ খননৰ ফলত পৰিত্যক্ত হৈ থকা কয়লা জব্দ কৰাৰ নিৰ্দেশ দিয়া হৈছে। অবৈধ কয়লা খনি বন্ধৰ কাম সাতদিনৰ ভিতৰত সম্পন্ন হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস
Assam

শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

September 28, 2026
চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী
Assam

চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

September 28, 2026
বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী
Assam

বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d