Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

শিলঘাট বিহডুবিত ব্ৰহ্মপুত্ৰৰ বালিতে নষ্ট হৈছে শ শ বিঘা তৰমুজ খেতি

publisher by publisher
April 3, 2020
in COVID-19, News
Reading Time: 1 min read
0
শিলঘাট বিহডুবিত ব্ৰহ্মপুত্ৰৰ বালিতে নষ্ট হৈছে শ শ বিঘা তৰমুজ খেতি
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

তৰমুজৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলোৱা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাটৰ বিহডুবি অঞ্চলৰ একাংশ কৃষকে চকুৰে সৰিয়হফুল দেখিছে। অবাঞ্চিত পৰিস্থিতিৰ সন্মূখীন হৈ এই দৰিদ্ৰ কৃষকসকলে এতিয়া চকুলো টুকাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈছে। তৰমুজৰ গছত লগা ফলবোৰ বিক্ৰী কৰাৰ সময়তে কৰ’না ভাইৰাছে সৃষ্টি কৰা অচল পৰিস্থিতিৰ বাবে কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। কৰ’না ভাইৰাছৰ বাবে এতিয়া সকলো গৃহ বন্দী হ’ব লগা পৰিস্থিতিত ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত শিলঘাট বিহডুবি বালি চৰত কৃষকে কৰা তৰমুজ খেতি এতিয়া নষ্ট হ’বলৈ ধৰিছে। এই অঞ্চলৰ খেতিয়কে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত তৰমুজ খেতি কৰি আহিছে। কিন্তু এইবাৰ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে লক ডাউন ঘোষণা কৰাৰ বাবে কৃষকলৈ নামি আহিছে ঘোৰ অমানিশা।

ADVERTISEMENT

শিলঘাট বিহডুবিৰ গঙ্গা ৰাজফৰ, লক্ষী ৰাজফৰ, লক্ষ্মন ৰাজফৰ, ব্ৰজনাথ, পংকজ হাজৰিকা, শম্ভু, অখিল, কিছন আদি বহুকেইবাগৰাকী কৃষকে শ শ বিঘা মাটিত তৰমুজৰ খেতি আৰম্ভ কৰিছিল । ঋণ লৈ অধিক পৰিশ্ৰমেৰে আহিন মাহৰ পৰা তৰমুজৰ খেতি কৰা আৰম্ভ কৰাৰ পিছত তৰমুজ বোৰ বিক্ৰী কৰাৰ বাবে সাজু হৈছিল । কিন্তু এনে সময়তে কৰ’না ভাইৰাছৰ বাবে চৰকাৰে লক ডাউন ঘোষণা কৰাত কৃষক সকলৰ সকলো আশা মৰহি গল। কৃষকসকলে জানিবলৈ দিয়া মতে, তৰমুজ বিক্ৰী কৰি পোৱা টকাৰে ঋণ পৰিশোধ কৰাৰ লগতে নিজৰ পৰিয়ালটোক পোহ পাল দিয়াৰ সহায় হয়। এতিয়া তৰমুজ সমূহ পথাৰতে নষ্ট হ’ব ধৰাত সমস্যাৰ সন্মুখীন হৈছে। অন্যহাতে, ৮-১০ দিনৰ ভিতৰত তৰমুজ বিক্ৰী কৰিব নোৱাৰিলে প্ৰায় ৩ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হ’ব বুলিও কয় পংকজ হাজৰিকাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19NagaonSTAY HOME STAY SAFEWATERMELON
publisher

publisher

Related Posts

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d