মুম্বাই আৰক্ষীলৈ আম্বানীৰ মিঠাইৰ টোপোলা

দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানী আৰু নিতা আম্বানীৰ পুত্ৰ আকাশ আম্বানীৰ আজি বিবাহ। হীৰা ব্যৱসায়ী ৰছল মেহতাৰ কন্যা শ্লোকা মেহতা হব আকাশ আম্বানীৰ অৰ্ধাঙ্গিনী । পুত্ৰৰ বিবাহৰ পূৰ্বে আম্বানীয়ে মুম্বাইত কৰ্মৰত ৫০হেজাৰ আৰক্ষী বিষয়া কৰ্মীলৈ প্ৰেৰণ কৰিলে মিঠাইৰ টোপোলা । ইয়াৰ লগতে পত্নী আৰু সন্তানৰ নাম থকা এখন কাৰ্ডো প্ৰেৰণ কৰিলে আৰক্ষী বিষয়াসকলক।

Exit mobile version