মাৰ্কিন মহাকাশ গৱেষণা সংস্হা নাছাই মঙললৈ প্ৰথম মহাকাশচাৰী হিচাপে মহিলাক প্ৰেৰণ কৰিব’লৈ সিদ্ধান্ত লৈছে ।নাছাৰ সঞ্চালক জিম ব্ৰাইডেনষ্টাইনে এই কথা প্ৰকাশ কৰি জনোৱা মতে, মহাকাশ গৱেষণা কেন্দ্ৰটোৰ মঙল অভিযানৰ পৰিকল্পনাত মহিলা সবাতোকৈ আগত আছে। মঙল গ্ৰহৰ লগতে চন্দ্ৰলৈকো মহিলা মহাকাশ যাত্ৰীক প্ৰেৰণ কৰাৰ পৰিকল্পনা নাছাই গ্ৰহণ কৰা বুলি জিমে জানিবলৈ দিয়ে । উল্লেখ্য যে মাৰ্কিন মহাকাশ গৱেষণা কেন্দ্ৰটোত সম্প্ৰতি 34 শতাংশ মহিলা কৰ্মৰত হৈ আছে । 1978 ত নাছাত প্ৰথমবাৰ ছগৰাকী মহিলাক নিযুক্তি দিয়া হৈছিল ।
মঙললৈ প্ৰথম মহাকাশচাৰী হিচাপে মহিলাক প্ৰেৰণ কৰিব নাছাই
-
By admin

- Categories: science
Related Content
প্ৰথমবাৰ দেখা গ'ল চন্দ্ৰৰ বিপৰীত পিঠি
By
publisher
April 8, 2026
গগনযান অভিযানৰ অংশৰূপে আৰম্ভ 'মিছন মিত্র'
By
publisher
April 6, 2026
জলবায়ু স্থিৰতা সন্দৰ্ভত থকা ধাৰণাকে প্রত্যাহ্বান জনালে মণিপুৰত উদ্ধাৰ হোৱা জীৱাশ্মই
By
publisher
March 27, 2026
বাচন ঘঁহা স্পঞ্জৰ পৰা নির্গত হয় প্লাষ্টিক-কণা
By
publisher
March 24, 2026
পুৰণি ৰকেটৰেই সম্ভৱ হ'ল মঙল অভিযান
By
publisher
November 15, 2025
বিৰল মহাজাগতিক ঘটনাত ৮২ মিনিট দৃশ্যমান হ'ব 'ৰঙা জোন'
By
publisher
September 6, 2025