Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

বিৰল মহাজাগতিক ঘটনাত ৮২ মিনিট দৃশ্যমান হ’ব ‘ৰঙা জোন’

publisher by publisher
September 6, 2025
in science, Space
Reading Time: 1 min read
0
বিৰল মহাজাগতিক ঘটনাত ৮২ মিনিট দৃশ্যমান হ’ব ‘ৰঙা জোন’
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ৰহস্যময় দৈত্যকায় গ্রহক ঘূৰাই আছে এটা ক্ষুদ্র নক্ষত্রই

আগন্তুক সপ্তাহতে নিশাৰ আকাশত ঘটিব ৰক্তবৰ্ণ চন্দ্রোদয়

Lunar Eclipse 2022 : আজি দেখা পাব ‘ব্লাড মুন ‘? চন্দ্রগ্ৰহণৰ মাজতে বিৰল দৃশ্যৰ সাক্ষী হোৱাৰ সুযোগ

blood moon:✒️মাজত মাথোঁ এদিন, তাৰ পাছতে এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লোক। অহা দেওবাৰে অৰ্থাৎ সাত ছেপ্টেম্বৰৰ পৰা দুটা দিনলৈ বিস্তৃত এক দীঘলীয়া পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ’ব।

ADVERTISEMENT

জ্যোতির্বিজ্ঞানীসকলে প্রকাশ কৰা মতে ভাৰতীয় সময় অনুসৰি অহা সাত ছেপ্টেম্বৰৰ নিশা ১১ বজাৰ পৰা এই পূর্ণগ্রাস চন্দ্রগ্রহণ আৰম্ভ হ’ব। এই চন্দ্রগ্রহণ ৮২ মিনিট অর্থাৎ এঘণ্টা ২২ মিনিট ধৰি থাকিব। এই পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ ভাৰতৰ পৰাও দৃশ্যমান হ’ব।

ভাৰতত বহু বছৰৰ পাছত এনে গ্রহণ দৃশ্যমান হ’ব। এই গ্ৰহণৰ পাছত ভাৰতবাসীয়ে এনে এক চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’বলৈ আৰু তিনি বছৰ অপেক্ষা কৰিব লাগিব।

উল্লেখ্য যে নিজস্ব পোহৰ নথকা চন্দ্ৰৰ ওপৰত সূৰ্যৰ পোহৰ পৰিলে পৃথিৱীৰ একমাত্র প্রাকৃতিক উপগ্রহটো জিলিকি উঠে। যেতিয়া পৃথিবীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজেৰে গতি কৰে তেতিয়া চন্দ্ৰৰ ওপৰত সূৰ্যৰ পোহৰ নপৰে।

তাৰ পৰিৱৰ্তে পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে। এনে অৱস্থাত চন্দ্রগ্রহণ হয়। পূর্ণগ্রাস চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰৰ ৰং ৰঙা হয়। ইয়াক ৰক্ত জোন বা ৰঙা চন্দ্ৰ বুলি কোৱা হয়।

জ্যোতির্বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি অহা দেওবাৰৰ এই চন্দ্রগ্রহণ ভাৰতকে ধৰি এছিয়া, অস্ট্রেলিয়া, আফ্রিকাত দেখা যাব। ভাৰতৰ অধিকাংশ চহৰৰ পৰা এই চন্দ্রগ্রহণ দৃশ্যমান হ’ব।

কলকাতা, দিল্লী, পুনে, মুম্বাই, লক্ষ্ণৌ, হায়দৰাবাদ, চণ্ডীগড় আদিৰ পৰা এই গ্রহণ স্পষ্ট ৰূপত দেখাৰ সম্ভাৱনা আছে। অৱশ্যে বতৰ অনুকূল থাকিলেহে এই চন্দ্রগ্রহণ চোৱাৰ সৌভাগ্য হ’ব।

গ্রিণিচ মান সময় অনুসৰি সাত ছেপ্টেম্বৰৰ আবেলি ৩-২৫ বজাৰ পৰা এই চন্দ্রগ্রহণ আৰম্ভ হৈ ৮২ মিনিট থাকিব। তেতিয়া ভাৰতত নিশা ১১ বাজিব। অর্থাৎ এই চন্দ্রগ্রহণ অহা দেওবাৰে নিশা ১১ বজাৰ পৰা পিছদিনা অর্থাৎ আঠ ছেপ্টেম্বৰৰ নিশা ১২-২২ বজালৈ দৃশ্যমান হ’ব।

এই সম্পর্কত ভাৰতীয় মহাকাশ পদার্থ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সন্দীপ কুমাৰ চক্ৰৱতীয়ে কয় যে এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত বিশেষকৈ দেওবাৰে নিশা ১১-৪২ বজাত চন্দ্র সর্বাধিক আন্ধাৰৰ মাজত ডুব যাব।

পৰিৱেশ অনুকূল থাকিলে এই চন্দ্রগ্রহণ উপভোগ কৰাত কোনো সমস্যাৰ সৃষ্টি নহয় বুলি বিজ্ঞানীজনে জনায়। এই গ্ৰহণৰ সময়ত দিগন্তত চন্দ্রই ৬০ ডিগ্রী কোণত অৱস্থান কৰিব। গ্রহণ আৰম্ভ হোৱাৰ লগে লগে চন্দ্ৰৰ ৰং হালধীয়া হ’ব। পূৰ্ণগ্ৰাসৰ সময়ত ইয়াৰ ৰং টিকটিকীয়া ৰঙা হ’ব।

এই সম্পর্কত বিজ্ঞানী চক্রবর্তীয়ে লগতে কয়, ‘নিশা অনেক কৃত্রিম উপগ্রহই পৃথিৱীৰ চাৰিওপাশ ঘেৰি ৰাখে। গ্ৰহণৰ সময়ত যেতিয়া পৃথিবী সূর্য আৰু চন্দ্ৰৰ মাজলৈ আহিব তেতিয়া কৃত্রিম উপগ্রহসমূহৰো ওপৰত পৃথিৱীৰ ছাঁ পৰিব। ফলত কৃত্রিম উপগ্রহসমূহৰ উজ্জ্বলতা হ্রাস পাব।’ এনে পূর্ণগ্রাস সূর্যগ্রহণ ২০২৮ৰ ৩১ ডিচেম্বৰত পুনৰ ভাৰতৰ পৰা পৰিলক্ষিত হ’ব বুলিও চক্রবর্তীয়ে জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Blood MoonRare total lunar eclipse
publisher

publisher

Related Posts

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!
News

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

November 3, 2026
সৌৰজগতৰ বাহিৰত তিনিটা নতুন গ্ৰহ আৱিষ্কাৰ চীনৰ বিজ্ঞানীৰ

October 31, 2026
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

October 25, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
এইবাৰ শীততো পুৰিব পৃথিৱী!
News

এইবাৰ শীততো পুৰিব পৃথিৱী!

October 9, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d