মোদী শাড়ীৰ পিছতে এইবাৰ মোদী টি-ছাৰ্ট । শিলপুখুৰী এখন বিপনীত উপলব্ধ মোদীৰ এই টি-ছাৰ্ট । বিক্ৰেতাই জনালে, ‘ কালিৰ পৰা ভাল বিক্ৰী হৈছে।’ প্ৰটিতো টি-ছাৰ্টত 150 টকাকৈ বিক্ৰী কৰা হৈছে । গ্ৰাহকে কলে, ‘ এইবাৰ কিছু ব্যতিক্ৰমী টি -ছাৰ্ট আহিছে, ভাল লাগিছে’।
জনপ্ৰিয় হৈছে মোদী টি ছাৰ্ট
-
By admin
- Categories: News, Politics
- Tags: Loksabha ElectionNarendra Modi
Related Content
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা 'বোমাবর্ষণ' বিজেপিৰ !
By
publisher
April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
By
publisher
April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
By
publisher
April 25, 2026