Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

প্রট'কল ভংগ কৰি গৃহমন্ত্ৰীলৈ আবণ্টিত হেলিকপ্টাৰ উৰুৱাবলৈ দিলে বিজেপি নেতাক

publisher by publisher
April 26, 2026
in India, News
Reading Time: 1 min read
0
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Mamata Banerjee:দেশত নিৰপেক্ষ সংস্থা বুলি একো নাই শাসক দল জয়ী হ’ব বুলি আত্মবিশ্বাসী নাছিল, বিজেপিৰ বিৰুদ্ধে সৰৱ

Mithun Chakraborty:পশ্চিমবংগত বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ বিজেপিৰ হৈ মাৰাথন প্ৰচাৰাভিযান

Borkhala:বৰখলাত বিজয় নিশ্চিত, কেইবাটাও জনমুখী প্ৰকল্প ৰূপায়ণ হ’ব : কিশোৰ নাথ

West Bengal Assembly Election2026:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-প্রচণ্ড বাধাৰ প্রাচীৰ গঢ়া মমতা বেনাৰ্জীৰ পৰা পশ্চিমবংগ দখল কৰিবলৈ সৰ্বশক্তিৰে জঁপিয়াই পৰা মোদী বাহিনীৰ ৰণকৌশল সাম্প্রতিক ভাৰতীয় ৰাজনীতিত একপ্ৰকাৰ অভূতপূৰ্ব ৰূপেই চর্চিত হৈছে। প্রথম পৰ্যায়ৰ ভোটগ্রহণ হৈ যোৱাৰ পাছত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণৰ প্ৰাকক্ষণত মোদী বাহিনীৰ প্রচণ্ড বাধাৰ প্রাচীৰ গঢ়া মমতা বেনাৰ্জীৰ পৰা পশ্চিমবংগ দখল কৰিবলৈ সৰ্বশক্তিৰে জঁপিয়াই পৰা মোদী বাহিনীৰ ৰণকৌশল সাম্প্রতিক ভাৰতীয় ৰাজনীতিত একপ্ৰকাৰ অভূতপূৰ্ব ৰূপেই চর্চিত হৈছে।

ADVERTISEMENT

প্রথম পৰ্যায়ৰ ভোটগ্রহণ হৈ যোৱাৰ পাছত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণৰ প্ৰাকক্ষণত মোদী বাহিনীৰ আক্ৰমণৰ চোকো বৃদ্ধি পাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভকৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ ৰথী-মহাৰৰ্থীসকলে একপ্ৰকাৰ আহাৰ-নিদ্রা ত্যাগ কৰি মমতা বাহিনীৰ বিৰুদ্ধে জঁপিয়াই পৰিছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ প্ৰাকক্ষণত ৰাজ্যখনৰ আকাশ একপ্ৰকাৰ হেলিকপ্টাৰৰে ঢাকি ধৰিছে।

ফলত ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত আকাশৰ পৰা আক্ৰমণৰ চোকো বৃদ্ধি পাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভকৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ ৰথী-মহাৰৰ্থীসকলে একপ্ৰকাৰ আহাৰ-নিদ্রা ত্যাগ কৰি মমতা বাহিনীৰ বিৰুদ্ধে জঁপিয়াই পৰিছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ প্ৰাকক্ষণত ৰাজ্যখনৰ আকাশ একপ্ৰকাৰ হেলিকপ্টাৰৰে ঢাকি ধৰিছে।

ফলত ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত আকাশৰ পৰা হেলিকপ্টাৰৰ প্ৰচণ্ড শব্দ দিনটোৰ প্ৰায় প্রতিক্ষণতে শুনিবলৈ পোৱা গৈছে। কেৱল প্রধানমন্ত্রী মোদীৰ বাবেই বায়ুসেনাই তিনিখনকৈ হেলিকপ্টাৰ যোগান ধৰিছে। সম্প্রতি এই তিনি হেলিকপ্টাৰৰ এখন কলকাতা বিমানকোঠতে ৰখা হৈছে। বিজেপিৰ ৰথী-মহাৰথীসকলে হেলিকপ্টাৰৰে কৰা বিচৰণ বৃদ্ধি পোৱাৰ বাবে একাংশই মন্তব্য কৰিছে যে মমতা বাহিনীৰ ওপৰত দৰাচলতে মহাশক্তিশালী বিজেপিয়ে আকাশৰ পৰা ‘বোমা’হে বৰ্ষণ কৰিছে। উল্লেখ্য যে অহা ২৯ এপ্ৰিলৰ ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। কাজেই প্ৰচাৰ অভিযান শাসক-বিৰোধীয়ে তীব্ৰতৰ কৰি তুলিছে।

কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পশ্চিমবংগকে একপ্ৰকাৰ বসতিস্থল কৰি তুলিছে। নিতৌ বিজেপিৰ তাৰকা প্ৰচাৰকৰ আগমন ঘটি আছে ৰাজ্যখনলৈ। হেলিকপ্টাৰত উঠি প্ৰচাৰত মগ্ন হৈছে এইসকল। আনকি অৱস্থা এনে হৈছে যে কেন্দ্রীয় মন্ত্রীয়ে নিজেই প্রট’কল ভংগ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাবে যোগান ধৰা হেলিকপ্টাৰ প্রট’কল ভংগ কৰি পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় শিক্ষা আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰক যোগান ধৰা হৈছে। ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰত মজুমদাৰে অধিক সময় পাৰ কৰে উত্তৰ বংগত।

অহা ২৯ এপ্রিলত ভোটগ্রহণ হ’ব লগা দক্ষিণ বংগৰ নিৰ্বাচনক লৈ তেওঁ সম্প্রতি ব্যস্ত হৈছে। এনে অৱস্থাতে দলৰ তাৰকা প্ৰচাৰকৰ ভিৰ বৃদ্ধি পোৱাত শ্বাহৰ হেলিকপ্টাৰকে তেওঁক যোগান ধৰা হৈছে। কাৰণ দলৰ তাৰকা প্ৰচাৰকসকলে হেলিকপ্টাৰত উঠি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। শনিবাৰে গৃহমন্ত্রী শ্বাহে প্রথমে পূর্ব বর্ধমানৰ জামালপুৰত তেওঁ ভাষণ দিয়ে। তাৰ পাছতে তেওঁ আবেলি হাওৰাৰ শ্যামপুৰত আন এখন জনসভাত অংশ লয়। এই জনসভাৰ পাছতে শ্বাহে ঢাপলি মেলে হাওৰাৰ ৰামৰাজযাটলা আৰু দক্ষিণ কলকাতাৰ ৰাণীকুঠিলৈ। উল্লেখ্য যে হেলিকপ্টাৰত যাত্ৰা কৰিলে কলকাতাৰ পৰা জামালপুৰলৈ আধা ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

শ্বাহলৈ আবণ্টন দিয়া হেলিকপ্টাৰ শনিবাৰে পুৱাৰ পৰা দুপৰীয়া পর্যন্ত মন্ত্ৰী মজুমদাৰে ব্যৱহাৰ কৰে। আনহাতে, সূত্ৰই জনোৱা মতে প্রধানমন্ত্রী মোদীক বায়ুসেনাই যোগান ধৰা তিনিখন হেলিকপ্টাৰৰ দুখন সহায়কৰূপে ব্যৱহাৰ কৰি থকা হৈছে। প্ৰচাৰ অভিযান অন্ত পৰালৈ কলকাতা বিমানকোঠত এই দুখন হেলিকপ্টাৰ ৰখা হ’ব। অৰ্থাৎ মোদীৰ হেলিকপ্টাৰত কোনো বিজুতি ঘটিলে ইয়াৰ এখন হেলিকপ্টাৰ তেওঁ ব্যৱহাৰ কৰিব পাৰিব।

একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, প্রাক্তন কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানী আদিয়েও হেলিকপ্টাৰত উঠি দলীয় প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আকাশৰ পৰা ভাহি অহা হেলিকপ্টাৰৰ গুমগুমনি শব্দই প্রায়ে জনতাৰ কাণ তাল মাৰিবলৈ ধৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aamit shahelection campaignHELICUPTERWest Bengal Assembly Election2026
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d