Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

জব্দ কৰিছে ডা: ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধন সহ সা- সামগ্ৰী, বৰ্তমানেও পলাতক হৈ আছে আন তিনি দুৰ্ধৰ্ষ ডকাইত, ডকাইতৰ আক্রমণত আহত ডা:ৰনজিৎ শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়া বতৰ্মানেও এপ'ল'ৰ আইচিইউত জীৱন- মৃত্যুৰে যুঁজিছে

publisher by publisher
April 26, 2026
in News
Reading Time: 1 min read
0
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Nagaon shocking robbery Incident update:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁৱৰ মৰিকলঙ নিবাসী ডা: ৰঞ্জিত শইকীয়াৰ ঘৰত সংঘটিত কৰা লোমহৰ্ষক ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড অৱশেষত আৰক্ষীৰ জালত পৰিছে । ধৃত ডকাইতটোৰ নাম উমৰ আলী ৷ একেদৰে আৰক্ষীয়ে আটক কৰে দুৰ্ধৰ্ষ ডকাইত মিন্টু হুছেইনক ৷ উমৰ আলীৰ ঘৰ নগাঁৱৰ ৰূপহীত ৷ আৰক্ষীয়ে জব্দ কৰিছে ডা: ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধন সহ কেতবোৰ সা- সামগ্ৰী

ADVERTISEMENT

আজি নগাঁৱত অনুষ্ঠিত এক সংবাদমেলত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে মৰিকলঙৰ লোমহৰ্ষক ডকাইতি কাণ্ডৰ দুই মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ হোৱাৰ কথা সদৰি কৰে ৷ ৷ শীৰ্ঘেই আন তিনি ডকাইত আৰক্ষীৰ জালত পৰিব বুলি উল্লেখ কৰি কয় যে,ডকাইতৰ ৰ’ডৰ আক্ৰমণত আহত হোৱা ডা:ৰনজিৎ শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ অৱস্থা সংকটজনক হৈ আছে ৷ বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী এ’পল’ হাস্পতালৰ আইচিইউত ৰখা হৈছিল যদিও শনিবাৰে চুপাৰ মাৰ্কেটস্থিত জিএনআৰচিৰ আইচিইউলৈ স্থানান্তৰিত কৰিছে চিকিৎসকে ৷ বৰ্তমানেও অৱস্থা অপৰিৱৰ্তিত হৈ আছে ৷

উল্লেখ্য যে , মৰিকলং আৰক্ষী চকীৰ নিচেই কাষতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত বৃহস্পতিবাৰে মাজনিশা ডকাইতৰ দলে প্ৰৱেশ কৰি আ- অলংকাৰ সহ নগদ ধন লুট কৰি নিয়াৰ লগতে ডা:শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়াৰ চোকা জাতীয় অস্ত্ৰৰে উপযুপৰি উধাও হয় ৷

ডকাইতৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা দম্পতী হালক পিচত স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োৰে অৱস্থা সংকটজনক বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল ৷ ডা:শইকীয়া আৰু তেওঁৰ পত্নী ৰূপৰেখা শইকীয়াক নিশাই গুৱাহাটী এপল’ হাস্পতালত ভৰ্তি কৰা হয় ৷ ডা:শইকীয়া বৰ্তমান সংকটমুক্ত যদিও পত্নী আইচিইউত জীৱন- মৃত্যুৰে যুঁজিছে ৷

ডকাইতৰ দলটোৱে প্ৰথমে ডা:শইকীয়াৰ শোৱনি কোঠালৈ সোমাই আহি কোনো কথাৰ অৱতাৰণা নকৰি ডা:শইকীয়াৰ ডিঙিত ধৰি উপযুপৰি প্ৰহাৰ কৰাৰ লগতে পত্নী ৰূপৰেখাৰ মুৰত লোহাৰ ৰ’ডৰে প্ৰহাৰ কৰি ঘৰৰ গডৰেজ আদি ভাঙি আ- অলংকাৰ সহ নগদ ধন লুট কৰি উধাও হয় ৷ অৱশ্যে ডকাইতৰ দলৰ আক্ৰমণৰ পৰা তেওঁলোকৰ ছয়বছৰীয়া পুত্ৰ সন্তানটি কথমপি ৰক্ষা পৰে ৷ ডকাইতৰ আক্ৰমণত লেবেজান হৈ পৰা ডা:শইকীয়াৰ চিঞৰ- বাখৰত স্থানীয় প্ৰতিবেশী ঘটনাস্থলীত উপস্থিত হয় |

আনহাতে নিশাই ডা:শইকীয়াৰ বাসগৃহত সমীপতে থকা মৰিকলং আৰক্ষী দল উপস্থিত হৈ সকলো নিৰীক্ষণ কৰি ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷উল্লেখ কৰিব পাৰি যে ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহৰ নিচেই কাষতে মৰিকলং আৰক্ষী চকী থকাৰ পিছতো সশস্ত্ৰ ডকাইতৰ দলে নিশা সংঘটিত কৰা লোমহৰ্ষক ডকাইতি কাণ্ডই কেতবোৰ প্ৰশ্ন উদ্থাপিত হৈছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nagaon shocking robbery IncidentPressmeetssp announcedtwo Robbers Arrested
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d