ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই যুৱকৰ

হোলী উৎসৱৰ মাজতে অঘটন। মহানগৰীৰ কালিপুৰ বেলঘাটত সঞ্জয় ৰাজবংশী আৰু সনু পাচৱান নামৰ দুজন যুৱক নিহত।যুৱক দুজনৰ ঘৰ কামাখ্যা গেটৰ মাধৱদেৱ পথ বুলি জানিব পৰা গৈছে।ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফএ অভিযান চলাই উদ্ধাৰ কৰিলে মৃতদেহ দুটা।দিনৰ ২ বজাত এই অঘটন।জানিব পৰা মতে যুৱক দুজনে নদীত গা ধুবলৈ যাওঁতে এই অঘটন সংগঠিত হয়।

ADVERTISEMENT
Exit mobile version