Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

পাকিস্তানৰ স'তে যুদ্ধবিৰতিৰ প্ৰভাৱ পৰিল, বজাৰত, নিফটিৰো বৃহৎ ঊর্ধ্বমুখী গতি

publisher by publisher
May 13, 2025
in India, News
Reading Time: 1 min read
0
National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
1
SHARES
8
VIEWS
ShareShareShareShare

National stock exchange:

পাকিস্তানৰে যুদ্ধবিৰতিৰ ঘোষণাৰ প্ৰভাৱত দেশৰ দুয়োখন শ্বেয়াৰ বজাৰৰ সূচকাংকৰ প্ৰবল উত্থান ঘটে বিনিয়োগকাৰীসকলক প্ৰচুৰ লাভান্বিত কৰি একেদিনাই বোম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক (ছেনছেক্স) প্রায় তিনি হেজাৰ পইন্ট অর্থাৎ ২,৯৭৫ পইণ্টৰ উত্থান ঘটে।

ADVERTISEMENT

উল্লেখ্য যে পাক-ভাৰত সংঘাতৰ প্ৰভাৱত যোৱা সপ্তাহত ভাৰতৰ শ্বেয়াৰ বজাৰৰ বৃহৎ পতন ঘটে। সপ্তাহৰ অন্তত যোৱা শনিবাৰে যুদ্ধবিৰতি ঘোষিত হোৱাত আজি ছেনছেক্সৰ ২,৯৭৫ পইন্ট উত্থান ঘটি ৮২,৪২৯০ পইন্ট হয়। শতাংশ হিচাপত আজি ছেনছেক্সৰ উত্থান প্রায় চাৰি শতাংশ হয়। সম উত্থান ঘটে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্ট’ক একচেঞ্জৰ সূচকাংক নিফটিৰো। উল্লেখ্য যে যোৱা শুকুৰবাৰে ছেনছেক্স ৭৯ হেজাৰৰ তললৈ নামি যায়।

RelatedPosts

Sensex stock market :একেদিনাই ১২ লাখ কোটি টকা লোকচান বিনিয়োগকাৰীৰ

বিশ্বৰ বজাৰত অস্থিৰতা: যুদ্ধৰ প্ৰভাৱত তেলৰ মূল্য বৃদ্ধি

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

আজি এই হতাশাজনক পৰিস্থিতিৰ অৱসান ঘটে। একেদৰে আজি নিফটিৰো ৯১৬.৭০ পইণ্টৰ বৃহৎ উত্থান ঘটে। ফলত আজি দিনান্তত নিফটি ২৪,৯২৪.৭০ পইন্ট হয়। দালালি প্রতিষ্ঠানসমূহে প্ৰকাশ কৰা অনুসৰি, আজি বোম্বে ষ্টক এক্সচেঞ্জত ক্ষুদ্ৰ আৰু মজলীয়া পুঁজিৰ প্ৰতিষ্ঠানসমূহৰ ষ্ট’কৰ লেখচিত্র অধিক বৃদ্ধি পায়। নিফটিত সর্বাধিক লাভবান হয় ইনফ’ছিছ, আদানী এণ্টাৰপ্ৰাইজ, শ্ৰীৰাম ফিনান্স, ট্রেন্ট আৰু এচিএল টেকন ‘লজিছৰ শ্বেয়াৰত বিনিয়োগকাৰীসকল। আজি মুঠতে শ্বেয়াৰ বজাৰলৈ ১৬ লাখ কোটি টকা ঘূৰি আহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indo pak warInvestarNSEShare Marketstock exchange
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d