এইবাৰ পঞ্জাৱৰ কংগ্ৰেছ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধুৰ প্ৰাক্তন বিধায়িকা পত্নী নৱজ্যোৎ কৌৰ সিদ্ধুৱে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে চণ্ডীগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছিল। কিন্তু দলে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান নকৰি তেওঁৰ পৰিৱৰ্তে প্ৰাক্তন ৰেলমন্ত্ৰী পৱন কুমাৰ বাঞ্চালক সমষ্টিটোত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে। বাঞ্চাল চাৰিবাৰকৈ লোকসভালৈ নিৰ্ব্বাচিত হৈছে । এনেদৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ সম্প্ৰতি হতাশ হৈ পৰিছে সিদ্ধু। চণ্ডীগড় সমষ্টিত এইবাৰ কংগ্ৰেছৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনীষ তিৱাৰীয়েও প্ৰাৰ্থিত্ব বিচাৰিছিল। তেৱোঁ প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত হতাশ হ’ব লগীয়া হ’ল।চণ্ডীগড়ক কংগ্ৰেছে শক্তিশালী দুৰ্গৰূপে বিবেচনা কৰি আছে । অৱশ্যে 2014ত সষ্টিটোত জয়লাভ কৰে বিজেপিৰ কিৰণ খেৰে। আনহাতে, প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নৱজ্যোৎ কৌৰে হতাশাৰে কয়, ঠিক আছে বাৰু । এই দলে কেনেকৈ কাম কৰে দেখা গ’ল।’
কংগ্ৰেছৰ প্ৰাৰ্থীত্ব নাপাই হতাশ নৱজ্যোৎ কৌৰ সিদ্ধু
-
By publisher

ADVERTISEMENT
Related Content
National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
By
publisher
May 13, 2025
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
By
publisher
May 13, 2025
Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়
By
publisher
May 13, 2025
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025