মৰিগাওঁ : নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে আজি মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ভূৰাগাঁৱৰ পৰা ফ্লায়িং স্কোৱাড গোটে ৩ লাখ ৭ হাজাৰ ৬০ টকা জব্দ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।জানিব পৰা মতে লাহৰীঘাট বিধান সভা সমষ্টিত নিয়োজিত হৈ থকা ফ্লায়িং স্কোৱাড গোটে ভূৰাগাঁও ফলিহামাৰীত আফজালু ৰহমান নামৰ ব্যক্তি জনৰ পৰা উক্ত ধন খিনি জব্দ কৰিবলৈ সক্ষম হয়।
মৰিগাঁৱৰ ভূৰাগাঁৱত ফ্লায়িং স্কোৱাড গোটে জব্দ কৰিলে ৩ লাখ ৭ হাজাৰ ৬০টকা
-
By publisher

- Categories: Loksabha Election, News
Related Content
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা 'মহাবীৰ একুৱা' বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
By
publisher
April 29, 2026
Batadrava Than Pressmeet:১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
By
publisher
April 29, 2026