Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি

    সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

    Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

    Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তিনি দশকৰ পাছতো সম্পূৰ্ণ ন’হল ধিং নগৰ পানী যোগান আঁচনি

publisher by publisher
April 27, 2019
in News
Reading Time: 1 min read
0
তিনি দশকৰ পাছতো সম্পূৰ্ণ ন’হল ধিং নগৰ পানী যোগান আঁচনি
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

নগাঁও: নিচেই সাধাৰণ এখন পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ন’হল সুদীৰ্ঘ তিনিটা দশকৰ পাছতো। ৩১ বছৰৰ আগতেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এই পানী যোগান আঁচনি খনৰ অৱস্থা এতিয়া খনন কাৰ্যত উদ্ধাৰ হোৱা পুৰাতাত্বিক সম্পদৰ লেখিয়া হৈছে।কেবাখনো চৰকাৰৰ অদক্ষতাৰ স্বাক্ষৰ বহন কৰি থকা এই আজৱ পানী যোগান আঁচনি খন আছে নগাঁও জিলাৰ ধিং চহৰৰ মাজমজিয়াত।তদানীন্তন অসম গণ পৰিষদ চৰকাৰৰ আমোলত ১৯৮৮তে নগাঁও জিলাৰ ধিং চহৰৰ মাজ মজিয়াত ১.৫৭কোটি টকা ব্যয় সাপেক্ষে আৰৱান ৱাটাৰ চাপ্লাই এণ্ড চিৱেৰজ বৰ্ড কৰ্তৃপক্ষই নিৰ্মাণ আৰম্ভ কৰিছিল পানী যোগান আঁচনি খনৰ কাম।ধিং চহৰৰ মাজ মজিয়াৰ এক বৃহৎ এলেকাত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল যদিও নিৰ্মাণৰ প্ৰাৰম্ভিক স্তৰতে অতি ৰহস্যজনক কাৰণত ইয়াৰ কাম বন্ধ হৈ পৰে।আবন্টিত ধনৰে ঠিকাদাৰ গোষ্ঠী”সুভাষ প্ৰজেক্ট”য়ে প্ৰকল্পটোৰ পাম্পিং হাউচ, মূল জলাধাৰ, কেমিকেল হাউচ, ক্লিয়াৰেন্স ৰিজাৰ্ভাৰ কে ধৰি কেতবোৰ অংশৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল।কিন্তু এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে কৰা ক্ৰূটিপূৰ্ণ ভূমি পৰীক্ষা, বিভাগীয় প্ৰাককলন অনুসৰি নিৰ্মাণ কাৰ্য আৰম্ভ নকৰা, নিৰ্মাণ কাৰ্যত অতি নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা আদি বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত ১৯৮৮চনতে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা মূল জলাধাৰটোৰ ছাদ খন ভাগি পৰে।তেতিয়ালৈকে প্ৰকল্পটোৰ প্ৰায় ৬০ লাখ টকা ব্যয় কৰা হৈছিল।ছাদখন ভাগি পৰাৰ পাছত প্ৰায় তিনি বছৰ কাল বন্ধ হৈ থাকে নগৰ পানী যোগান প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য।পিছত ১৯৯১ চনত ভাগি পৰা মূল জলাধাৰৰ ছাদখন সম্পূৰ্ণকৈ ভাঙি পেলোৱা হয়।ইয়াৰ সাত বছৰৰ পাছত ১৯৯৭চনত অৰ্ধনমিত, পৰিত্যক্ত পানী যোগান আঁচনি খনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ সলনি কেৱালাখ টকা ব্যয় কৰি ইয়াৰ চৌহদত পকী বেৰা নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।স্মৰ্তব্য যে, ধিং নগৰ পানী যোগান প্ৰকল্পটো আৰম্ভ কৰাৰ লগে লগেই এই প্ৰকল্পটোৰ বিপৰীতে এজন কণিষ্ঠ অভিযন্তা, এজন শাখা সহায়ক আৰু এজন পাম্প অপাৰেটৰকে ধৰি মুঠ সাত জন কৰ্মচাৰীকো নিয়ুক্তি দিয়া হৈছিল।কিন্তু প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰাত আটাইকে স্হানান্তৰ কৰা হয়।আনহাতে,১৯৯৭চনত প্ৰকল্পটোৰ কাম আধাতে এৰি ঠিকাদাৰ গোষ্ঠীয়ে প্ৰকল্প ক্ষেত্ৰ ত্যাগ কৰে। তেতিয়াৰ পৰাই আজি পৰ্যন্ত এই পানী যোগান প্ৰকল্পটো হাবি জংঘলৰ মাজত পৰিত্যক্ত অৱস্হাত আছে।ইপিনে, এই সময় ছোৱাৰ ভিতৰতে প্ৰকল্পটোৰ অৰ্ধনমিত অংশও ভাঙি চিঙি উৱলি যোৱা পৰিলক্ষিত হৈছে।পৰিত্যক্ত মূল জলাধাৰটো এতিয়া বিভিন্ন সৰীসৃপ, বেঙৰ আৱাস স্হলীলৈ পৰ্যৱসিত হৈছে।ইয়াৰ সামন্তৰালকৈ পানী যোগান প্ৰকল্পটোৰ চৌহদৰ কে’বা বিঘা মাটিত বেদখল আৰম্ভ হৈছে।আনকি একাংশ লোকে ইয়াৰ পকী বেৰা পৰ্যন্ত ভাঙি পেলোৱা পৰিলক্ষিত হৈছে।ধিং চহৰৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰিবলৈ যোৱা এই পানীযোগান আঁচনি খনটো সম্পূৰ্ণ হৈ নুঠিলেই ইয়াৰ নামত ৰাজহুৱা ধনৰ ১কোটি৫৭ লাখ ৰ চৰম অপব্যয়হে কৰা হ’ল।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি
News

May 2, 2026
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
News

সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

May 2, 2026
Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক
News

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
world

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
News

Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
News

Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d