মৰিগাঁৱৰ লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া

 

ভূৰাগাঁও  : মৰিগাঁও জিলাৰ লাহৰী ঘাটত খহনীয়াই ৰুদ্ৰৰূপ ধাৰন কৰিছে | কাঠনি গৰম বজাৰ লাহৰীঘাট সংযোগী পকি পথ টো খহনীয়াত প্ৰায় বিচ্ছিন্ন হোৱাত ২০১৭ত এনৰেগাৰ ২৩ কোটি পুঁজিৰে নিৰ্মিত নতুন মথাউৰীটোলৈ ব্যাপক প্ৰত্যাহ্বান আহিছে | মথাউৰী টোলৈ মাত্ৰ ত্ৰিশ মিটাৰ হে দূৰত্ব বাকী আছে নদীৰ গৰাৰ পৰা | এনেক্ষেত্ৰত অস্হায়ী প্ৰতিৰোধ ব্যৱস্হা গ্ৰহন কৰি হলেও মথাউৰী টো ৰক্ষা কৰিব নোৱাৰিলে এইবাৰ মৰিগাঁৱত ভয়ানক বানৰ আশংকা প্ৰকট হৈ পৰিছে |

Exit mobile version