Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

APDCL:২০৩০-৩১লৈ এপিজিচিএলৰ ১৪৪ মেগাৱাটহে উৎপাদনৰ পৰিকল্পনা

নিজা উৎপাদনক গৌণ-বিদ্যুতৰ বহিঃউৎসতহে গুৰুত্ব, ৰাজ্যক নিজা উৎপাদন বৃদ্ধিৰ পৰামৰ্শ কেন্দ্ৰৰ, নিৰ্বিকাৰ চৰকাৰ-কর্তৃপক্ষ

publisher by publisher
February 8, 2025
in Assam, India, News
Reading Time: 2 mins read
0
APDCL:১২ হেজাৰ কোটি টকাৰ ঘাটি পূৰাবলৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে দিব মাধমাৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

APDCL:

অসমক ঔদ্যোগিক ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে বিনিয়োগ সম্মিলনৰ আয়োজন কৰা হৈছে। কৃষি অর্থনীতি নিৰ্ভৰ ৰাজ্যখনক উদ্যোগ খণ্ডৰো অন্যতম অভিকেন্দ্ৰৰূপে পৰিচিত কৰিবলৈ দেশে-বিদেশে প্ৰচাৰ চলাইছে চৰকাৰে। ঔদ্যোগিক আন্তঃগাঁথনিৰ বাবে বিদ্যুৎ এক মুখ্য উপাদান; অথচ অসমত বিদ্যুৎ ব্যৱস্থাটো অতি শোচনীয় ৰূপত চলি আছে। ৰাজ্যখনৰ নিজা যি উৎপাদন আছিল, তাৰো অৱনতি ঘটিছে। ফলস্বৰূপে ঘৰুৱা চাহিদা পূৰণ কৰিবলৈকে অসমে বাহিৰৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি আহিছে।

ADVERTISEMENT

ইয়াৰ ফলত অর্থনৈতিকভারে পিছপৰা ৰাজ্যখনৰ ৰাজকোষতো বৃহৎ মাধমাৰ পৰিছে। ইফালে, ঘৰুৱা ব্যৱহাৰ্য বিদু্যুতৰ চাহিদাও প্ৰতি বছৰে বৃদ্ধি হৈছে। সম্প্রতি সর্বাধিক চাহিদাৰ সময়ত অসমক দৈনিক প্রয়োজন হোৱা বিদ্যুতৰ পৰিমাণ হ’ল ৩১০০ মেগাৱাট। ইয়াৰে মাত্র ৩০০-৩৫০ মেগাৱাটহে অসম বিদ্যুৎ উৎপাদন কোম্পানী লিমিটেড (এপিজিচিএল)-এ উৎপাদন কৰি আছে। গতিকে চাৰি ভাগৰ তিনি অংশতকৈ অধিক পৰিমাণৰ বিদ্যুৎ ৰাজ্যখনে উচ্চ দৰত বহিঃউৎসৰ পৰা ক্ৰয় কৰি আহিছে। ইয়াৰ ওপৰতে আকৌ সর্বোচ্চ চাহিদাৰ পৰিমাণো প্ৰতি বছৰে বৃদ্ধি হৈ ২০৩০-৩১ত কমেও তিনি হেজাৰ মেগাৱাট হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

শেহতীয়াকৈ কেন্দ্রীয় শক্তি মন্ত্রণালয়ৰ অধীনস্থ সংস্থাই উলিওৱা হিচাপ অনুসৰি, ২০৪০-৪১লৈ সেই পৰিমাণ সাত হেজাৰ মেগাৱাটলৈ বৃদ্ধিৰ সম্ভাৱনা আছে। এনে এক বৃহৎ বর্ধিত চাহিদা সম্মুখত লৈ এপিজিচিএলে অসম বিদ্যুৎ নিয়ামক আয়োগক ইয়াৰ বাৰ্ষিক যি প্রতিবেদন দাখিল কৰিছে, তাত নিজা উৎপাদন বৃদ্ধিৰ অতি ন্যূনতম প্রস্তাৱহে দিয়া হৈছে। লগতে এই কথাটোও ঠিকযে এপিজিচিএলে দিয়া প্ৰস্তাৱবোৰ প্ৰায়ে প্রস্তাবতে সীমাবদ্ধ হৈ ৰৈছে। প্রতিষ্ঠানটোৱে দাখিল কৰা প্ৰতিবেদনত নিজাউৎপাদন ক্ষমতা নতুনকৈ মাত্র ১৪৪ মেগাৱাট বিক্ৰীৰহে প্ৰস্তাৱ কৰা হৈছে।

অৱশ্যে প্রকল্পবোৰ কাৰ্যকৰী হ’লেওসম্পূর্ণ উৎপাদন প্রায়ে নহয় আৰু তাৰ উদাহৰণ হ’ল বৰ্তমান সক্রিয় হৈ থকা প্রকল্পবোৰ। ইয়াৰে এটা প্রকল্প হ’ল ১২০ মেগাৱাটৰ নামনি কপিলী জলবিদ্যুৎ প্রকল্প। দুটা গোট থকা এই প্ৰকল্পৰ এটাৰ পৰা ১১০ মেগাৱাট আৰু দ্বিতীয়টোৰ পৰা ১০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে। প্রথমটো গোট ২০২৬ৰ জানুৱাৰী আৰু দ্বিতীয়টো সেই বছৰৰে জুনত উৎপাদনক্ষম হ’ব বুলি এপিজিচিএলে ধাৰণা কৰিছে। আনটো হ’ল ২৪ মেগাৱাট শক্তি সম্পন্ন কার্বিলাংপি মধ্যম-২ প্রকল্প। ক্ষুদ্র এই প্রকল্পটো ২০২৭ৰ অক্টোবৰত কাৰ্যক্ষম হোৱাৰ আশা কৰিছে প্রতিষ্ঠানটোৱে।

যি সময়ত ২০৩০-৩১লৈ সর্বোচ্চ চাহিদাৰ পৰিমাণ তিনি হেজাৰ মেগাৱাটৰো অধিক হোৱাটো নিশ্চিত কৰা হৈছে,সেই সময়ত এপিজিচিএলে নিজা উৎপাদনৰ পৰিমাণ ১৪৪ মেগাৱাটহে বৃদ্ধিৰ লক্ষ্য লোৱাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে। এপিজিচিএলৰ প্রতিবেদনতে প্রকাশ যে ৰাজ্যত সর্বোচ্চ চাহিদাৰ পৰিমাণ যোৱা বছৰ এদিনত ২,৮০০ মেগাৱাটলৈ বৃদ্ধি হৈছিল। উৎকট গৰমৰ পৰিপ্ৰেক্ষিততে এই বৃদ্ধি হৈছিল। বতৰৰ পৰিৱৰ্তনৰ পৰিণতিত প্ৰতি বছৰে গৰমৰ মাত্রা বৃদ্ধি হৈছে। সেইবাবে ২০৩০-৩১লৈ কমেও ৩১০০ মেগাৱাটলৈ বৃদ্ধিৰ ধাৰণা কৰা হৈছে।

ইয়াৰ ফলত অসমে বহিঃউৎসৰ পৰাও অধিক পৰিমাণৰ বিদ্যুৎ ক্ৰয় কৰিব লাগিব। ৰাজ্যৰ ৰাজকোষত মাধমাৰ শোধোৱা এই ব্যৱস্থাৰ বিপৰীতে উক্ত সময়ছোৱালৈ এপিজিচিএলে মাত্র ১৪৪ মেগাৱাটহে নিজা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে।অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) ৰ সূত্রই সদৰী কৰা অনুসৰি, বিদ্যুতৰ চাহিদা প্রতি বছৰে দ্রুতগতিত উর্ধ্বগামী হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰক নিজাববীয়া উৎপাদনৰ মাত্রা সম্ভৱপৰ সকলো ব্যৱস্থাৰে বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ফলত ৰাজ্যবোৰৰ আত্মনিৰ্ভৰশীলতাও বৃদ্ধি হ’ব; কিন্তু এপিজিচিএলৰ এই ক্ষেত্ৰত তৎপৰতা বিশেষ নাই বুলি সূত্রত প্রকাশ।

ইয়াৰ বিপৰীতে অসমে বাহিৰৰ উৎসৰ ওপৰতহে অধিক গুৰুত্ব প্রদান কৰিছে। অসমে সৌৰশক্তি উৎপাদনত গুৰুত্ব দিছে যদিও সেইবোৰ সম্পূৰ্ণৰূপে নিজা নহয়। বহিঃউৎসৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্রদানৰ বাবেই এপিডিচিএলে গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই নতুন নতুন কৌশলৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি আহিছে। আগন্তুক বিত্তীয় বর্ষতো বিদ্যুৎ ব্যৱহাৰৰ তিনিটা পর্যায় নির্ধাৰণ কৰি মাচুল বৃদ্ধিৰ প্ৰস্তাৱ অসম বিদ্যুত নিয়ামক আয়োগক দাখিল কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCLAssam GovtPower ProductPower Projest
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d