Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Kakojan Sankar Azan Jatiya Vidyalaya:কাকজান শংকৰ আজান জাতীয় বিদ্যালয়ত গ্ৰন্থ দান

publisher by publisher
February 8, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Kakojan Sankar Azan Jatiya Vidyalaya:কাকজান শংকৰ আজান জাতীয় বিদ্যালয়ত গ্ৰন্থ দান
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Teok:টীয়কৰ পংকজ বিলাস কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

Teok:টীয়কত চাৰিশাৰীযুক্ত পথ নির্মাণত এম পি আগৰৱালা কোম্পানীৰ লুণ্ঠন

Teok Murder : ৰাজ্যত পুনৰ আন এক নৃশংস হত্যাকাণ্ড

Kakojan Sankar Azan Jatiya Vidyalaya:

তেজ দান যিদৰে মহান দান সেইদৰে গ্ৰন্থ দানও মহান দান। মানুহ থকালৈকে গ্ৰন্থ থাকিব। লগতে জ্ঞানৰ পোহৰ বিলাই যাব। সেইদৰে গ্ৰন্থই এটা যুগৰ বাৰ্তা আন এটা যুগলৈ লৈ যাব পাৰে। সাম্প্ৰতিক ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি যি অভ্যাস কমি গৈছে সেই অভ্যাস পুৰ্ণৰজীৱিতকৰণৰ বাবে অহৰহ চেষ্টা কৰি আহিছে টীয়কৰ কবি,শিশু সাহিত্যিক অৰূপজ্যোতি হাজৰিকাই।

অসমৰ চুকে-কোণে, বিদ্যালয়, মহাবিদ্যালয়,স্থানীয় পুথিভঁৰাল আৰু ব্যক্তি বিশেষে গ্ৰন্থ দান কৰি অহা এনে কাৰ্যই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে।গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱাওক সজাগতাৰ কাৰ্যসূচী হিচাপে আজি শংকৰ আজান জাতীয় বিদ্যালয়,কাকজান দুলীয়াত গ্ৰন্থ দান কৰি অঞ্চলত এটা নতুন মাত্ৰা দিলে । তেওঁ ভাষণ প্ৰসংগত কয় যে আমাৰ মগজু পচিবলৈ আৰম্ভ কৰিছে। আমাৰ চিন্তা, চেতনা এতিয়া যে বন্ধ কোঠাৰ ভিতৰত। পুৱাৰ পৰা গধূলিলৈকে কেৱল বৈদ্যুতিন মাধ্যমৰ লগত জড়িত।সকলো কাম নিজে কৰাতকৈ মেচিনৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰো।

নিজৰ মগজুয়ে কৰিব পৰা খিনিও মেছিনৰ দ্বাৰা কৰিব খোজো। এনে কৰোঁতে কৰোঁতে আমাৰ মগজুৰ সৃষ্টিশীল গুণবোৰ নোহোৱাৰ দৰে হৈছে।আমি কিতাপ পঢ়িব লাগিব। লগতে কয় গ্ৰন্থ অধ্যয়নে আমাৰ সভ্যতা আৰু সংস্কৃতি অটুট ৰাখিব। অঞ্চল এটা আগবাঢ়ি যোৱাৰ মুল মন্ত্ৰ হ’ল গ্ৰন্থ অধ্যয়ন। কোনো আধুনিক বস্তুয়ে গ্ৰন্থৰ আকৰ্ষণ কমাব নোৱাৰে। সাংবাদিক মানৱ জ্যোতি বৰদলৈয়ে অৰূপজ্যোতি হাজৰিকাৰ এনে কাৰ্যসূচীৰ শলাগ লয়। লগতে শিক্ষক মন্টুমনি বৰুৱায়ে হাজৰিকাৰ এনে কাৰ্যসূচীৰ সহযাত্ৰী হ’ম বুলি ভাষণত ব্যক্ত কৰে।

তেখেতৰ এই মহৎ কামৰ সহযোগী হয় অভিজিত বৰুৱাও। এই অনুষ্ঠানত বিদ্যালয়ৰ যাদৱ চন্দ্ৰ বৰদলৈ,ভবেন্দ্ৰ কুমাৰ ফুকন, ৰশ্মি ৰেখা বৰুৱা,ৰঞ্জু শইকীয়া,পৰিস্মিতা দোলাকাষৰীয়া, বিউটী শইকীয়া,ৰিম্পী বৰদলৈ,নৱনীতা নেওগ,পূৰ্ণীমালা গগৈ, অবিনাশ গগৈ,ৰাইহান জামান প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী সকলে সহযোগিতা আগবঢ়ায়।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: book distrubutionKakojan Sankar Azan Jatiya VidyalayaTeok
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d