নতুন আঞ্চলিক দল গঠনৰ ঘোষণা কৰিছে অধিবক্তা উপমন্যু হাজৰিকাই। আজি এক সাংবাদমেলত তেওঁ এই কথা ঘোষণা কৰি কয় যে দলটোৰ নাম মে বা জুন মাহত ঘোষণা কৰা হব।২০২১ ৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিয়া হব। দলৰ লক্ষ্য হব খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা
নতুন আঞ্চলিক দল গঠনৰ ঘোষণা উপমন্যু হাজৰিকাৰ
-
By publisher
Related Content
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
By
publisher
May 4, 2026