RSS Office:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মঙলবাৰে পুৱাই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় মহানগৰীৰ ভিআইপি ৰোডস্থিত বৰবাৰীৰ আৰএছএছ মাণ্ডলীক কাৰ্যালয় সুদৰ্শনালয়ত। মুখ্যমন্ত্ৰীৰ স’তে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া । উল্লেখ্য বিজেপি নেতৃত্বাধীন এনডিএ ৰাজ্যত তৃতীয়বাৰৰ বাবম ৰাজকীয় বিজয় লাভ কৰাৰ পিছতে পুৱাই মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে একেলগে সুদৰ্শনালয়ত উপস্থিত হোৱা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷
ADVERTISEMENT






























