Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

    Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

    Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

    SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তামুলপুৰত অন্ধ্ৰ প্ৰদেশৰ যুৱতী: চাইকেল চলাই অভিলেখ গঢ়াৰ মন জ্যোতি ৰংগালাৰ

publisher by publisher
May 18, 2019
in News
Reading Time: 1 min read
0
তামুলপুৰত অন্ধ্ৰ প্ৰদেশৰ যুৱতী: চাইকেল চলাই অভিলেখ গঢ়াৰ মন জ্যোতি ৰংগালাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

ADVERTISEMENT

তামুলপুৰ: ভাৰতৰ ৰাজ পথ সমুহ মহিলাৰ বাবে সুৰক্ষিত এই বাৰ্তা বিলোৱাৰ  লক্ষ্যৰ লগতে গ্ৰীনিজ বুকত নিজৰ নাম অন্তৰ ভূক্তিৰ বাবে দৈনিক ১০০ কি:মি চাইকেলেৰে পৰিভ্ৰৰন কৰা এগৰাকী যুৱতী জ্যোতি ৰংগালা। হৃদয়ত আশা আৰু হেঁপাহৰ স্বপ্নময় প্ৰতিশ্ৰুতি ।বুকুত অদম্য সাহস মহিলাসকলৰ বাবে কিবা এটা কৰাৰ । সূদুৰ অন্ধ্ৰ প্ৰদেশৰ  ইষ্ট গোদাৱৰী জিলাৰ য়েলুৰু গাওৰ এম বি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা এগৰাকী  যুৱতী  জ্যোতি ৰাংগালা । অসমৰ আতিথ্যত বিশেষ ভাৱে সূখী জ্যোতি ৰাংগালা । অসম আৰু অসমীয়া লগতে বড়ো জনগোষ্ঠীৰ খাদ্যৰ জুতি লৈ আপ্লুত জ্যোতি ৰাংগালা । ২০১৯ ইংৰাজী বৰ্ষৰ জানুৱাৰী মাহৰ ৮ তাৰিখে চাইকেলেৰে  ত্রিশ হাজাৰ পথ অতিক্ৰম কৰাৰ সূদীৰ্ঘ লক্ষ্যৰে ইতিমধ্যে সোতৰখন ৰাজ্য অতিক্ৰম কৰি অসমৰ বাগসা জিলাৰ তামুলপুৰত উপস্থিত হয় জ্যোতি ৰাংগালা আজি দিনৰ ভাগত। সাংবাদিকৰে হোৱা সাক্ষাতকাৰত তেওঁ কয় যে অসম এখন ধুনীয়া ৰাজ্য । অসমত পূৰুষ মহিলা সকলোৰে এটা ভাল মন আছে আৰু নিজৰ কামত সকলোৱে সমানভাৱে আগৱাঢ়ি যোৱা পৰিলক্ষিত হয়। অসমত  পানী বহুত বুলি উল্লেখ কৰি  ইয়াৰ বাট পথ সূচল বুলি মন্তব্য কৰে জ্যোতিয়ে । ভাৰতৰ বাট পথ মহিলাৰ বাবে যে সুৰক্ষিত তাকে প্ৰমান কৰাৰ প্ৰয়াস জ্যোতিৰ । জ্যোতিৰ মতে ভাৰত এখন অতিথি পৰায়ন দেশ  ৷ সেয়ে হাতত এটকাও নোহোৱাকৈ ইতিমধ্যে ১৪ হাজাৰ পথ অতিক্ৰম কৰি ভাৰত ভূটান সীমান্তৰ দৰঙা মেলাৰ এটি পৰিয়ালত যোৱা নিশা আশ্ৰয় লৈ যঠেষ্ট সূখী বুলি আগ্ৰহেৰে প্ৰকাশ কৰে জ্যোতিয়ে । খোৱা লোৱাৰ পৰা থকা মেলালৈ পথত লগ পোৱা শুভকাংখীৰ অাতিথ্যক আগ্ৰহেৰে গ্ৰহন কৰে যদিও কেতিয়াবা মন্দিৰ মছজিদতো নিশা পাৰ কৰিব লগা হয় জ্যোতিয়ে । এক সূন্দৰ পৰিক্ৰমাৰে এপইছাও হাতত নোহোৱাকৈ সূদীৰ্ঘ ত্রিশ হাজাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে আজি তেজপুৰৰ অভিমূখে ৰাওনা হয় জ্যোতিয়ে । এই বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত ত্রিশ হাজাৰ পথ অতিক্ৰম কৰিৱ জ্যোতি ৰাংগালাই । তেওঁ অসমৰ প্ৰতিগৰাকী ব্যক্তিকে উষ্ম আদৰণি জনায় আৰু অসমবাসী ৰাইজৰ শলাগ লয় । ভবিষ্যতে সংসাৰ কৰাৰ পৰিকল্পনা কৰাৰ লগতে এভাৰেষ্ট শৃংগ আৰোহন কৰাৰ পৰিকল্পনা যুগুত কৰিছে জ্যোতিয়ে । যাত্ৰা কালত বিভিন্ন জনে তেওঁক আৰক্ষীৰ সহায় লোৱাৰ কথা কৈছিল যদিও জ্যোতিৰ স্পষ্ট কথা মই ভাৰতৰ মহিলা সকল ৰাদ পথত সুৰক্ষি এই কথা প্ৰতিপন্ন কৰাৰ বাবেই ওলায় আহিছো তেনে ক্ষেত্ৰত আৰক্ষীৰ সহায় লোৱাৰ প্ৰশ্মই আহিব নোৱাৰে ৷

RelatedPosts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
News

May 2, 2026
Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক
News

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
world

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
News

Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
News

Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

May 2, 2026
SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ
News

SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d