মুকলি আকাশৰ তললৈ ওলাই আহিল ছানাউল্লাহ

 

গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল ছানাউল্লাহ। কালি গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিচত  আজি দিনৰ ১১• ১৫ বজাত গোৱালপাৰাৰ ডিটেনচন কেম্পৰ পৰা ওলাই আহিবলৈ সক্ষম হল ছানাউল্লাহ। ছানাউল্লাহৰ জামিন লাভ কৰাত উৎফুল্লিত হৈ পৰিছে তেওঁৰ আত্মীয় স্বজনৰ লগতে বিভিন্ন দল সংগঠনৰ লোকসকলে ।উল্লেখ্যযে  ৩০ বছৰ কাল সেনাবাহিনীত চাকৰী কৰাৰ পিছত সীমান্ত শাখাত  কৰ্মৰত কৰ্মৰত আছিল যদিওঁ  বিদেশী বুলি ঘোষণা কৰি গোৱলপাৰা ডিটেনচন কেম্পত ৰাখিছিল । গোৱালপাৰাত বিভিন্ন দল সংঘনৰ প্ৰতিক্ৰি়য়া ৷

ইব্ৰাহিম আলী, গোৱালপাৰা

Exit mobile version