Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Rupee fell to 87.94 against the dollar:ডলাৰৰ বিপৰীতে ৮৭.৯৪লৈ নামিল টকা

ধাৰাবাহিকতা অব্যাহত ৰাখি স্খলনৰ প্ৰতিদিনে নতুন অভিলেখ, টকাৰ অধঃপতনৰ ফলত আমদানিকৃত খণ্ডত নেতিবাচক প্ৰভাৱ আমদানি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সম্ভাৱনা, তেলৰ মূল্যবৃদ্ধিৰো আশংকা, প্রত্যাহ্বানৰ সন্মুখীন হৈছে আমদানি খণ্ড, বিদেশী বেংকৰ ঋণৰ ভয়াৱহ ৰূপত অতিৰিক্ত দেনাৰ বোজা

publisher by publisher
February 11, 2025
in India, News
Reading Time: 2 mins read
0
Rupee fell to 87.94 against the dollar:ডলাৰৰ বিপৰীতে ৮৭.৯৪লৈ নামিল টকা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

ইৰাণ-আমেৰিকা সংঘাতত যুদ্ধবিৰতি, ‘ৱাৰ পাওৱাৰ্ছ এক্ট’ লৈ নতুন বিতৰ্ক

Rupee fell to 87.94 against the dollar:

উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডলাৰৰ মূল্য আৰু পতন ঘটিছে ভাৰতীয় টকাৰ। প্রতিদিনে ভাৰতীয় শ্বেয়াৰ বজাৰত এই খবৰে গভীৰ উদ্বেগৰ সৃষ্টি কৰাই নহয়, ভাৰতীয় অর্থনীতিলৈও গভীৰ প্ৰত্যাহ্বানকঢ়িয়াই আনিছে। বিগত দিনবোৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ পতনে নতুন অভিলেখৰ সৃষ্টিকৰে। সোমবাৰে পুনৰ ৪৫ পইচাৰ স্খলন ঘটি ডলাৰৰ বিপৰীতে ভাৰতীয় টকা ৮৮ স্পৰ্শ কৰাৰ মুহূৰ্তত উপনীত হয়।

ADVERTISEMENT

ভাৰতীয় মুদ্রাৰ মূল্য আজি প্রতি ডলাৰৰ বিপৰীতে ৮৭.৫০ (অস্থায়ী) টকা হয়। সেয়াও হয় বিজার্ভ বেংক অব ইণ্ডিয়াৰ হস্তক্ষেপত। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে তীখা আৰু এলুমিনিয়ামৰ আমদানিত ২৫ শতাংশ শুল্ক আৰোপৰ পৰিকল্পনা সদৰী কৰাৰ লগে লগে বিদেশৰ বজাৰত অধিক শক্তিশালী হয় মার্কিন মুদ্রা। একেদবে মার্কিন বপ্তানিৰ ওপৰত সম পৰিমাণৰ শুল্ক উৎস দেশসমূহত আৰোপ কৰিব বুলি ট্রাম্পে কৈছে।

আজি বিদেশী মুদ্রা বিনিময়ত টকাৰ মূল্য ৮৭.৯৪ত মুকলি হয় আৰু দিনৰ ভাগলৈ ডলাৰৰ বিপৰীতে সৰ্বাধিক নিম্নৰ ৮৭.৯৫ টকাত উপনীত হয়। অৱশ্যে স্থানীয় ইউনিটে প্রাৰম্ভিক ক্ষতি চম্ভালিবলৈ সক্ষম হয় আৰু ৮৭.৫০ টকাত (অস্থায়ী) ডলাৰৰ বিপৰীতে টকাৰ মূল্য স্থিৰ হয়। যোৱা শুকুৰবাৰে মার্কিন ডলাৰৰ বিপৰীতে ৮৭.৫০ৰ ওচৰ চপা টকাই সকলো সময়ৰ সৰ্বাধিক নিম্ন স্তৰৰ পৰা ন পইচা ঊর্ধ্বগামী হৈ স্থিতি পুনৰ উদ্ধাৰ কৰিবলৈ কিছু সক্ষম হৈছিল। যোৱা ছয় ফেব্ৰুৱাৰীত শ্বেয়াৰ বজাৰৰ সামৰণিৰ সময়ত টকাই সর্বনিম্ন ৮৭.৫৯ত অৱস্থান কৰিছিল।

বিদেশী মুদ্রাৰ বিনিময় কেন্দ্র (ফৰেক্স)ৰ ব্যৱসায়ীসকলে কয় যে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে তীখা আৰু এলুমিনিয়াম আমদানিত নতুনকৈ ২৫ শতাংশ শুল্ক আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পাছতে হোবাহোৰে ঊর্ধ্বমুখী হয় মার্কিন মুদ্রা। ইপিনে, বজাৰ গৱেষকসকলে কয়, ‘আজি আৰম্ভণিৰ সময়ত দুৰ্বল ঘৰুৱা বজাৰ আৰু শক্তিশালী মার্কিন ডলাৰৰ সূচকাংকৰ বিপৰীতে ভাৰতীয় টকাই নতুনকৈ নিম্নগামী স্থানত উপনীত হয়। অৱশ্যে আৰবিআইৰ হস্তক্ষেপত বজাৰ বন্ধ হোৱাৰ সময়লৈ কিছু পৰিমাণে ক্ষতি চম্ভালিবলৈ সক্ষম হয় টকা।’

ইপিনে, বিজার্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোট্রাই কালি কয় যে তেওঁলোকে প্রতিদিনে কম-বেছ হৈ থকা মুদ্রাৰ মূল্যক লৈ উদ্বিগ্ন নহয়। কিয়নো বজাৰৰ গতিয়ে মার্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য নির্ধাৰণ কৰে। দেশৰ বিত্তমন্ত্রী সীতাৰমণৰ ৰিজার্ভ বেংকৰ ব’ৰ্ডৰ বৈঠকৰ অন্তত সংবাদমেলত মালহোট্রাই কয় যে কেন্দ্রীয় বেংকটোরে মধ্যৰ পৰা দীর্ঘম্যাদী সময়ৰ বাবে টকাৰ মূল্যব ওপৰত গুৰুত্ব আৰোপ কৰে। ফৰেক্স ব্যবসায়ীসকলৰ মতে, বিদেশৰ বেংকসমূহৰ ডলাৰ ক্ৰয়ৰ দৌৰত টকাৰ মূল্যই নেতিবাচক অবস্থান কৰিছে। শুকুৰবাৰে বিনিময় কেন্দ্ৰৰ তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানিক বিনিয়োগকাৰী (এফআইআই)য়ে মূলধনী বজাৰৰ পৰা ৪৭০.৩৯ কোটি মূল্যৰ ইকুইটি উলিয়াই লৈ যায়।

#ভাৰতীয় প্রতিষ্ঠান: বিদেশী ঋণ

ক্রমশঃ দুর্বল হোৱা টকাই বিদেশী মুদ্রাৰ ঋণ লোৱা ভাৰতীয় কর্প’ৰেটসমূহক প্রভাবিত কৰিছে। যিসমূহ ভাৰতীয় কর্প ৰেটে বিদেশী মুদ্রা ঋণ লৈছে সেইসকল টকাৰ দুৰ্বলতাৰ ফলত উদ্বিগ্ন হৈছে। বিশ্ব বাণিজ্য যুদ্ধ আৰু অর্থনৈতিক মন্দাৱস্থাই বিশ্ব অর্থনীতিৰ বিকাশৰ সম্ভাৱনাত ক’লা ছাঁ পেলোৱাৰ সময়তে ভাৰতীয় কর্প’ৰেটে টকাৰ দুৰ্বলতাক লৈ শংকিত হ’বলৈ ধৰিছে। ২০২৪ৰ এপ্ৰিলৰ পৰা টকাৰ মূল্য পাঁচ শতাংশ স্খলনৰ ফলত বহিঃজগতত বাণিজ্যিক দেনাৰ ওপৰত নিৰ্ভৰশীল কোম্পানীসমূহৰ ঋণ আদায়ৰ ক্ষেত্ৰত সমপৰিমাণৰ বোজা বহন কৰিবলগীয়া হোৱা বিষয়টোরে বিদ্ধ কৰিছে কৰ্প’ৰেট খণ্ডক।

সমস্যাৰ ইমানতে অন্ত পৰা নাই। কিয়নো আৰবিআয়ে স্পষ্ট কৰি দিছে যে অন্যান্য মুদ্রাৰ দৰে টকাৰো স্খলন ঘটি থকাৰ সম্ভাৱনা আছে। ২০২০ত যেতিয়া ভাৰত আৰু আমেৰিকাৰ মাজত সুতৰ হাৰ প্রায় পাঁচ শতাংশ আছিল তেতিয়া টকাতকৈ বিদেশী ঋণ গ্রহণ কৰাটো অধিক আকর্ষণীয় আছিল। অবশ্যে এতিয়া তেনে নহয়, ছবিখন তেনে হৈ থকা নাই।  জার্ভে সুতৰ হাৰ বৃদ্ধি কৰা আৰু ডলাৰৰ শক্তিবৰ্ষনৰ ফলত এই সুবিধাৰো স্খলন ঘটিছে আৰু একাংশ ভাৰতীয় প্রতিষ্ঠানৰ বাবে বিদেশী ঋণ আতংকৰ কাৰণ হৈছে।

বিগত তিনি মাহত যিসমূহ কোম্পানীয়ে দুহেজাৰ কোটি টকা বিদেশৰ বেংকৰ পৰা ঋণ লৈছিল সেইসকলে বিগত তিনিমাহত টকাৰ মূল্য ৩.২ শতাংশ নিম্নগামী হোৱাৰ ফলত চাপৰ সন্মুখীন হ’ব। যদিহে কোম্পানীটোৰ ঋণ পাঁচ বছৰ পুৰণি হয়, তেন্তে টকাৰ স্খলনৰ বোজা প্ৰতি বছৰে ৬.৬-সাত শতাংশ সুতৰ অতিৰিক্ত ২২ শতাংশ পর্যন্ত বৃদ্ধি পাব। ফৰেক্সব এজন পৰামর্শদাতা অমিত পাবাৰিয়ে কয়, ‘উদাহৰণস্বৰূপে বাহ্যিক বাণিজ্যিক দেনা (ইচিবি)ত পাঁচশ মিলিয়ন থকা কোম্পানীটোৱে টকাৰ মূল্য যদি পাঁচ শতাংশ দুর্বল হয়, তেন্তে অতিৰিক্তভাবে ২৫শ কোটি টকাৰ বোজা বহন কৰিব লাগিব। তেওঁ কয় যে মার্কিন হাৰৰ বৃদ্ধি আৰু দুৰ্বল টকাৰ সংমিশ্ৰণৰ ফলত লক্ষ্যণীয়ভাৱে বিদেশী ঋণ বিপজ্জনক হৈছে আৰু বহুতৰ বাবে ই আকর্ষণ হেৰুৱাইছে। কিয়নো ভাৰতীয় কোম্পানীসমূহে তেওঁলোকৰ বিদেশী মুদ্রাৰ ঋণৰ সেৱাৰ বাবে অধিক টকা আদায় দিব লাগে।

তথ্য অনুসৰি, বিগত পাঁচ বছৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ ৭১.৫১ৰ পৰা ২২.৩৬ শতাংশ অবক্ষয় ঘটে। ইয়াৰ অৰ্থ এয়ে যে টকাৰ স্খলনৰ সমহাৰৰ অতিৰিক্ত বোজা বিদেশী দেনা থকা কোম্পানীসমূহে ভৰিব লাগিব। আৰবিআইৰ মতে, ২০২৩-২৪ বর্ষত ইচিবিত ১২২১টা কোম্পানীৰ পঞ্জীয়ন হৈছে আৰু ঋণৰ মূল্য ৪৯.২ বিলিয়ন মার্কিন ডলাৰ। ইয়াৰ পূৰ্বৱৰ্তী বৰ্ষত ইচিবিত ২৬.৬২ মার্কিন ডলাৰ মূল্যৰে পঞ্জীয়নৰ পৰিমাণ আছিল ১.১০২টা প্রতিষ্ঠান।

মেকলাই ফাইনেন্সিয়েল নামৰ কনচালটেন্সি কোম্পানীৰ ডাইৰেক্টৰ দীপ্তি চিতালেই কয় যে স্বাভাৱিকতে যিসমূহ কর্প বেটে বিদেশী মুদ্রাৰ ঋণ লৈছে, সেইসকলে টকাৰ স্খলনৰ সমপৰিমাণৰ মূল্য ভৰিব লাগিব আৰু ইয়াৰ ফলত ভাৰতীয় মুদ্রাৰ ঋণতকৈ বিদেশী মুদ্রাৰ ঋণ ব্যয়বহুল হ’ব। তেওঁ কয় যে বিগত পাঁচ বছৰত টকাৰ মূল্য ২০ শতাংশ পতনে নিশ্চিত প্রভাৱ পেলাইছে কর্প’ৰেটক। মন কৰিবলগীয়া যে টকাৰ স্খলনৰ ফলত বিদেশী ঋণদাতাসকলৰ বোজা লক্ষ্যণীয় হ’ব।

#প্ৰত্যাহ্বানৰ সন্মুখীন আমদানিকাৰী

ইপিনে, প্রত্যাহ্বান ক্রমশ: গভীৰ হৈছে আমদানিকাৰীসকলৰ বাবেও। টকাৰ ভয়াৱহ পতনৰ ফলত তেওঁলোকৰ আমদানিৰ মূল্য বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত হ্রাস পাইছে লাভৰ পৰিমাণ। তেল, গেছ, ইলেকট্র’নিক আৰু ফার্মাচিউটিকেল আদিৰ দৰে আমদানি নির্ভৰ খণ্ডসমূহত চাপ অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত এনে সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বোজা উপভোক্তাই বহন কৰিব লাগিব গভীৰ সম্ভাৱনাই ব্যক্ত হৈছে। আনহাতে, বপ্তানি নির্ভৰ খণ্ড যেনে তথ্য প্রযুক্তি, বস্তু, অটোম’বাইল আৰু ফার্মাচিউটিকেল আদি দুৰ্বল টকাৰ ফলত লাভৰ সম্মুখীন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে বিশেষজ্ঞই। কিয়নো টকা দুৰ্বল হোৱাৰ ফলত ৰপ্তানিৰ মূল্য হ্রাস পাব আৰু বিশ্ব বজাৰত অধিক প্রতিযোগিতাব সৃষ্টি হ’ব।

#দৃষ্টি আৰবিআইৰ মুদ্রা নীতিৰ পুনৰীক্ষণত

চলিত সপ্তাহৰ শেষৰ ফালে ৰিজার্ভ বেংক অব ইণ্ডিয়াই দেশৰ মুদ্রানীতিৰ পুনৰীক্ষণ কৰিব। ইয়াৰ পূৰ্বে ডলাৰৰ বিপৰীতে টকাৰ অভিলেখ অবক্ষয়ৰ ফলত আমদানিকৃত সামগ্ৰীৰ অধিক মূল্যৰ ফলত মুদ্রাস্ফীতি অধিক হোৱাৰ আশংকা প্রকাশ হৈছে। মন কৰিবলগীয়া যে ভাৰতীয় টকাৰ অৱক্ষয়ৰ দ্বাৰা দেশৰ অর্থনীতি দুই ধৰণে প্রভাবিত হৈছে। ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই সাম্প্রতিক পৰিস্থিতিৰ আলোচিত হৈছে। নেতিবাচক দিশলৈ চালে আমদানিকৃত সামগ্ৰীৰ মূল্য বিশেষকৈ খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ লগতে মুদ্রাস্ফীতিৰ চাপো বাঢ়িব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: against us dollarDONALD TRUMPIndian Stock MarketRupee fell to 87.94
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d