Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Administration is ready to control traffic during the Mahakumbh:মাঘী পূৰ্ণিমাৰ পূৰ্বে মহাকুম্ভ যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ সাজু প্ৰশাসন !

প্ৰৱৰ্তন নতুন নিয়ম

publisher by publisher
February 11, 2025
in India, News
Reading Time: 2 mins read
0
Administration is ready to control traffic during the Mahakumbh:মাঘী পূৰ্ণিমাৰ পূৰ্বে মহাকুম্ভ যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ সাজু প্ৰশাসন !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Road Accident in Jharkhand:মহাকুম্ভৰ পৰা উভতি অহাৰ পথত পথ দুর্ঘটনাৰ কৱলত জেএমএম ৰ সাংসদ !

After Mahakumbh, flight, accommodation in seven-star hotels:মহাকুম্ভৰ পাছত বিমান যাত্রা, সপ্ততাৰকা হোটেলত আশ্রয় !

Prayagraj sangam water:বিপজ্জনক বেক্টেৰিয়াৰে আৱৰিছে মহাকুম্ভ !

Administration is ready to control traffic during the Mahakumbh:

হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান মহাকুম্ভত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জনসমাগম । শেহতীয়াকৈ বিশ্বত বিপুল জনসমাগমৰ বাবে ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সাক্ষী হৈ পৰিছে। অহা বুধবাৰে মাঘী পূৰ্ণিমা। তাৰ আগতে যান-বাহন নিয়ন্ত্ৰণৰ বাবে নামিল যোগী চৰকাৰ । পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ লগতে শীৰ্ষ বিষয়াও নিযুক্তি দিয়া হৈছে।

ADVERTISEMENT

ৰাজ্যৰ ডিজিপি প্ৰশান্ত কুমাৰে কয় যে এই যান-বাহন সমস্যাৰ কাৰণ হৈছে প্ৰচণ্ড জনসমাগম। প্ৰয়াগৰাজত মঙলবাৰে পুৱা আঠ বজাৰ পৰা প্ৰয়াগৰাজত বিপুল জনসমাগমৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ এই নতুন নিয়ম ৰূপায়ণ কৰা হৈছে। নতুন নিয়ম অনুসৰি মেলা খেলপথাৰৰ ভিতৰত কোনো যান-বাহন চলাচলৰ অনুমতি দিয়া নহ’ব। দুচকীয়া বাহনৰ পৰা চাৰিচকীয়া বাহনলৈকে সকলো গাড়ীতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

সমগ্ৰ প্ৰয়াগৰাজৰ যান-বাহন নিয়ন্ত্ৰণৰ বাবে নামি আহিছে আৰক্ষী জোৱান আৰু বিষয়াসকল। ইয়ালৈ অহা যান-বাহন পাৰ্কিঙৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে। আজিৰ পৰা সন্ধিয়া পাঁচ বজাৰ পাছত চহৰৰ বাহিৰৰ জিলা বা ৰাজ্যৰ পৰা অহা কোনো যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব বুলি চৰকাৰে অৱগত কৰিছে। এই নিয়ম মাঘী পূৰ্ণিমাৰ নিৰ্দিষ্ট তিথি শেষলৈকে প্ৰযোজ্য হ’ব।

মহাকুম্ভত ব্যাপক যান-বাহন সমস্যা সন্দৰ্ভত ৰাজ্যৰ ডিজিপি প্ৰশান্ত কুমাৰে কয়, ‘ইতিমধ্যে ত্ৰিবেণী সংগমত ৪০ কোটি লোকে অমৃত স্নান কৰিছে। বিপুল জনসমাগম আৰু যান-বাহনৰ দ্বাৰা সৃষ্টি হোৱা এই যান-বাহন সমস্যাৰ স’তে মোকাবিলা কৰাটো কোনো প্ৰশাসনৰ বাবে কঠিন।”

তেওঁ লগতে কয় এই পৰিস্থিতিত যান-বাহনৰ সমস্যা সচৰাচৰ দেখা যায়। ইয়াক কোনো ধৰণে প্ৰশাসনৰ বিফলতা বুলি ক’ব নোৱাৰি। ইয়াৰ মূল কাৰণ হৈছে ভক্তসকলৰ অত্যাধিক ভিৰ।”

লগতে তেওঁ কয়,সকলো আৰক্ষী কৰ্মী আৰু বিষয়াই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিন-ৰাতি কাম কৰি আছে। তীৰ্থযাত্ৰীসকলক সকলো সম্ভৱ সহায় আগঢ়াইছে । নিৰাপত্তা নিশ্চিত কৰাত কোনো ত্ৰুটি এৰি দিয়া নাই । তথাপিও, আমাৰ আৰক্ষী কৰ্মীসকলে ধৈৰ্য্য আৰু উৎসাহেৰে কাম কৰি থকাটো প্ৰশংসনীয়। “

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰয়াগৰাজত বৰ্তমান বিশ্বৰ সৰ্বাধিক সংখ্যক লোক আছে। অৱশ্যে, বৃহৎ যান-জঁটৰ স্বত্বেও, সোমবাৰে আবেলিৰ পৰা যান-বাহন ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিছে।

এইটোৱে প্ৰমাণ কৰে যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে অক্লান্ত ভাৱে কাম কৰি আছে। । ফলস্বৰূপে কেৱল সমালোচনা কৰাৰ পৰিৱৰ্তে আমাৰ আৰক্ষী বাহিনীসমূহে এই ঐতিহাসিক সমাৱেশখন সফল কৰাৰ বাবে কেনেদৰে অভূতপূৰ্ব নিষ্ঠাৰে কাম কৰি আছে সেয়াও চাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MAGHI purnimamahakumbhPrayagraj Administrationready to control traffic
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d