Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati High Court:অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত ভুক্তভোগীক বিত্ত বিভাগে প্রদর্শন কৰা হেমাহীক লৈ অসন্তুষ্টি উচ্চ ন্যায়ালয়ৰ

আদালতৰ কঠোৰ নিৰ্দেশৰ পাছত  চৰকাৰী অধিবক্তাই বিত্ত বিভাগে ২৫ কোটি টকা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণলৈ মোকলাই দিয়াৰ তথ্য দাখিল আদালতত

publisher by publisher
February 11, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Panchayat Election: পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Medical Education :ই ডব্লিউ এছৰ বাবে ১০ শতাংশ আসন সংৰক্ষিত কৰিবলৈ কঠোৰ নিৰ্দেশ

Compensation to families of five martyrs killed in fake army clashes after 30 years:ন্যায়ালয়ৰ নিৰ্দেশত ভুক্তভোগীৰ পৰিয়ালৰ একাউণ্টত সোমাল ক্ষতিপূৰণৰ ২০ লাখকৈ

Guwahati High Court Judgement On SPO স্পেচিয়েল পুলিচ অফিচাৰক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

Guwahati High Court:

অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ সুবিধাৰপৰা ভুক্তভোগীসকল বঞ্চিত হৈ থকা বিষয়ক লৈ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্দীপ চমৰীয়াই ইতিমধ্যে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (৭/২০২৪) সোমবাৰে শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু উন্নিকৃষ্ণণ নায়াৰৰ বিচাৰপীঠে লয় য’ত অধিবক্তা সন্দীপ চমৰীয়াই অসম চৰকাৰৰ আঁচনিৰ অধীনত পাব লগা ধন মুকলায় নিদিয়া বিষয়টো আদালতত দৃষ্টি গোচৰ কৰে।

ADVERTISEMENT

শুনানী কালত ‘অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনি’ শীর্ষক আঁচনিখনৰ বাবে মোকলাই দিবলৈ বাকী থকা ৪৪ কোটি টকাৰ ২৫ কোটি টকা অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণলৈ মোকলাই দিয়া হৈছে বুলি ৰাজ্য চৰকাৰৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক অৱগত কৰে।  আনহাতে  বিচাৰপীঠে অৱশিষ্ট ধনৰাশি কেনেদৰে আৰু কেতিয়া মোকলাই দিয়া হ’ব, তাৰ এটা নিদিষ্ট পদ্ধতি (মডেলিটী) প্রস্তুত কৰি অহা তাৰিখত আদালতত দাখিল কৰিবলৈ চৰকাৰক নির্দেশ দিয়ে।

উল্লেখ্যযোগ্য  আঁচনিখনৰ ৰূপায়ণৰ বাবে প্রয়োজনীয় ধন মোকলাই নিদিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে, বিশেষকৈ বিত্ত বিভাগে প্রদর্শন কৰা হেমাহীক লৈ উচ্চ ন্যায়ালয়ে যোৱা ৮ জানুৱাৰীৰ শুনানিত গভীৰ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে চৰকাৰক কঠোৰ সমালোচনা কৰিছিল ।

উল্লেখ্য যে যোৱা তাৰিখৰ শুনানীত আদালতে, অসম চৰকাৰৰ মুখ্যসচিবক বিষয়টো নিষ্পত্তি কৰাৰ বাবে সংশ্লিষ্ট সকলোকে লৈ এখন বৈঠক অনুষ্ঠিত কৰি ৩১ মাৰ্চৰ ভিতৰত ধন মোকলাই দিয়াটো নিশ্চিত কৰি ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আদালতক জনাবলৈ নির্দেশ দিছিল। এই নির্দেশ পালন নহ’লে আদালতক অবমাননা কৰা বুলি গণ্য কৰি সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ গ্ৰহণ কৰা হ’ব বুলিও আদালতে স্পষ্টকৈ সকীয়াই দিছিল।

আদালতৰ কঠোৰ নিৰ্দেশ পাছত আজি চৰকাৰী অধিবক্তাই বিত্ত বিভাগে ২৫ কোটি টকা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণলৈ মোকলাই দিয়াৰ তথ্য দাখিল কৰে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Victim Compensation SchemeGuwahati High Court JudgementHC dISSATISFIED wITH dEPRIVEDState Legal Services Authority
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d