Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

নগাঁৱত অবৈধ গৰু সৰবৰাহ অব্যাহত: ৰাইজে অবৈধ গৰু সৰবৰাহকাৰী আৰু গৰু ভৰ্তি তিনি খন ট্ৰাক জব্দ কৰি গটালে আৰক্ষীক

publisher by publisher
September 26, 2019
in Uncategorized
Reading Time: 1 min read
0
নগাঁৱত অবৈধ গৰু সৰবৰাহ অব্যাহত:  ৰাইজে অবৈধ গৰু সৰবৰাহকাৰী আৰু গৰু ভৰ্তি তিনি খন ট্ৰাক জব্দ কৰি গটালে আৰক্ষীক
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

নগাঁও:নগাঁও আৰক্ষীয়ে জিলা খনত অবৈধ গৰু সৰবৰাহৰ কোনো ছিণ্ডিকেট নাই বুলি দাবী কৰি অহাৰ সময়তে জিলা খনৰ বিভিন্ন প্ৰান্তত ট্ৰাকে ট্ৰাকে অবৈধ ভাৱে সৰবৰাহ কৰা গৰু আৰু জব্দ কৰি আহিছে।লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহু কেইজন অবৈধ গৰু সৰবৰাহকাৰীক।নগাঁও আৰক্ষীক একপ্ৰকাৰে অস্তিত্বহীন কৰি তুলি চোৰাং গৰু সৰবৰাহকাৰীৰ দলে প্ৰায়েই নিশা নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথৰে কে’বা খনো আৰক্ষী থানাৰ সন্মুখদিয়েই ট্ৰাকে ট্ৰাকে চোৰাং গৰু সৰবৰাহ কৰি থকা পৰিলক্ষিত হৈছে ।ইয়াৰ মাজতেই কালি নিশা নগাঁও চহৰৰ হয়বৰগাঁৱত স্থানীয় ৰাইজে তিনিখনকৈ চোৰাং গৰুভৰ্ত্তি ট্ৰাক ধৰি আৰক্ষীক গতাই দিয়ে । কালি নিশা অবৈধ সৰবৰাহকাৰী দলে জিলা খনৰ ৰূপহীৰ পৰা মেঘালয়লৈ বুলি তিনিখনকৈ ট্ৰাকৰে চোৰাং গৰু লৈ গৈ আছিল । কিন্তু এই বিষয়ে সম্ভেদ পাই নগাঁও চহৰৰ হয়বৰগাঁৱৰ একাংশ ৰাইজে মাধৱদেৱ পথত কৰায়ত্ত কৰে তিনিখনকৈ দহচকীয়া গৰুভৰ্ত্তি ট্ৰাক । য’ত আছিল ৯৮টা পশুধন(গৰু) । ৰাইজে ট্ৰাক কেইখনৰ লগতে অবৈধ গৰু সৰবৰাহৰ লগত জড়িত ৭ জনকৈ লোককো কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে । ৰাইজে কৰায়ত্ত কৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে এম এল ১১-৭৭২০,এন এল০২এল ৬৪০৭ আৰু এন এল০১ এম -৯৯১২।এই দহচকীয়া ট্ৰাক কেইখনৰ জৰিয়তেই পশুধনসমূহ সৰবৰাহকাৰী দলটোৱে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ লৈ গৈছিল । ইতিমধ্যে নগাঁও আৰক্ষীয়ে ৰাইজে কৰায়ত্ত কৰি গতাই দিয়া ৭ জনকৈ লোকক আটক কৰাৰ লগতে গৰুভৰ্ত্তি ট্ৰাক তিনিখনো জব্দ কৰে ।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৩৭৯/৪১১/২৮৯/৩৪,আৰ/ডব্লিউ ধাৰা১১(১)(এ)(ডি)(ই)(এইচ)পশু সুৰক্ষা আইন১৯৬০ৰ অধীণত ২৮২৫/২০১৯ নম্বৰত গোচৰ পঞ্জীভূক্ত কৰি ৰাইজে কৰায়ত্ত কৰি গটাই দিয়া মেঘালয়ৰ নেৱলীন শ্বাইলা(৪১),পাইনহাম পায়টোহ(১৯),বনাটাই চাংঘা(১৯),নেপ টেৰিয়াং(১৮),লেড ফাৱা(২৫),ৰেলেং কী(২০)আৰু লেৱাতী ল(২০)ক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d