নিৰাপত্তাৰক্ষীৰ ওপৰত শিল -পাথৰৰে আক্ৰমণ কৰিবলৈকো পিছ নোহোকা বিক্ষোভকাৰীক সত্ৰ ভংগ দিয়াবৰ বাবে এইবাৰ আৰক্ষীয়ে কান্দোৱা গেছৰ সলনি ব্যৱহাৰ কৰিব ভূত জলকীয়া |ভূত জলকীয়াৰে প্ৰস্তুত কৰা গ্ৰেণেড ব্যৱহাৰ কৰিব আৰক্ষীয়ে |কাৰণ কান্দোৱা গেছতকৈ অধিক শক্তিশালী হ’ব ভূত জলকীয়াৰ গ্ৰেণেড |আজি এই সন্দৰ্ভত ডি আৰ এলৰ বিজ্ঞানী ড৹ পি চটোপাধ্যায়ে সদৰী কৰে যে এইবিধ জলকীয়া গ্ৰেণেড ত এক বিশেষ ৰং ব্যৱহাৰ কৰা হ’ব|এই ৰং দুস্কৃতিকাৰীৰ দেহত লগা পাছত সেই ৰং আঁতৰি নোযোৱাৰ ফলত সহজেই সেই ৰঙৰ দ্বাৰাই অভিযুক্তক চিনাক্ত কৰিব পাৰিব |ইতিমধ্যে দেশৰ প্ৰতিৰক্ষা গৱেষণাগাৰত ইয়াৰ নতুন পৰীক্ষা চলি আছে |অতি সোনকালে ই এই পদ্ধতি ব্যৱহাৰ হ’ব দেশৰ প্ৰতিৰক্ষাৰ বাবে।
সেনা-আৰক্ষীৰ বাবে সহায়ক ভূত জলকীয়া, জলকীয়া গ্ৰেণেডৰে অপৰাধীক চিনাক্তকৰণ ৰ ব্যবস্থা ডি আৰ এলৰ
-
By publisher
- Categories: News
Related Content
Trump will be sworn in on 20 January: ২০ জানুৱাৰীত ট্রাম্পৰ শপতগ্ৰহণ
By
publisher
January 16, 2025
Guwahati Fire: গুৱাহাটী ৰে'ল ষ্টেচন চৌহদত হুৱাদুৱা
By
publisher
January 16, 2025
8th Pay Commission:কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বেয়া খবৰ !
By
publisher
January 16, 2025
Dhubri:ধুবুৰীত তীব্ৰগতিত হ্রাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ, নাও- ফেৰী চলাচলত বাধাগ্রস্ত
By
publisher
January 16, 2025
Rate-hole mining:ৰেট-হ'ল মাইনিঙক লৈ সোধা প্ৰশ্নৰ ছবছৰে উত্তৰ নাপালে সর্বোচ্চ ন্যায়ালয়ে
By
publisher
January 16, 2025
Buffalo Fight ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা সত্ত্বেও একাধিক স্থানত ম’হ যুঁজ সম্পন্ন
By
publisher
January 16, 2025