Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rate-hole mining:ৰেট-হ’ল মাইনিঙক লৈ সোধা প্ৰশ্নৰ ছবছৰে উত্তৰ নাপালে সর্বোচ্চ ন্যায়ালয়ে

সেউজ ন্যায়াধিকৰণে দিয়া ৰায়ক বাহাল ৰাখিছিল ন্যায়ালয়ে

publisher by publisher
January 16, 2025
in India, News
Reading Time: 2 mins read
0
Rate-hole mining:ৰেট-হ’ল মাইনিঙক লৈ সোধা প্ৰশ্নৰ ছবছৰে উত্তৰ নাপালে সর্বোচ্চ ন্যায়ালয়ে
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

মই অভিযুক্ত সঞ্জয় ৰয়ক নিৰ্দোৰ্ষী সাব্যস্ত কৰিম – অধিবক্তা সেঁজুতি চক্ৰৱৰ্তী

COAL MINE TRAGEDY IN DIMA HASAO : দেৱোলালক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক

Rate-hole mining:

উত্তৰ-পূবৰ পাহাৰবোৰত অবৈধ এন্দুৰৰ গাঁত সদৃশ খনন (ৰেট-হ’ল মাইনিং) সংশ্লিষ্ট চৰকাৰী বিষয়াবৰ্গৰ স’তে অসাধু লোকৰ শঠা মিতিৰালি অবিহনে চলি আছেনে? ছবছৰ পূর্বে কেন্দ্ৰ আৰু মেঘালয় চৰকাৰক মৌখিকভাৱে এই প্রশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে। অৱশ্যে আজি পর্যন্ত ন্যায়ালয়ে প্রশ্নটোৰ উত্তৰ নাপালে। অলপতে ডিমা হাছাওৰ উমৰাংছ’ৰ এটা কয়লাৰ অবৈধ খনি (ৰেট-হ’ল মাইন)ত হঠাতে উপচি পৰা পানীত একাংশ শ্রমিক আবদ্ধ হৈ মৃত্যুমুখত পৰাৰ মৰ্মান্তিক ঘটনাৰ প্ৰতিক্রিয়া অব্যাহত থকাৰ সময়তে এই প্রসংগ পুনৰ চর্চালৈ আহিছে।

ADVERTISEMENT

উল্লেখ্য যে প্রশ্নটো সোধা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ কে ছিক্রিয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। ২০১৯ৰ জানুৱাৰীত ৰেট-হ’ল মাইনিং সম্পর্কীয় এটা গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ ছিক্রিয়ে কেন্দ্ৰ আৰু মেঘালয় চৰকাৰক মৌখিকভাভাৱে এই প্রশ্ন কৰে। গোচৰটোৰ শুনানিৰ সময়ত তেওঁ কয়, ‘কয়লাৰ অবৈধ খননৰ ফলত প্রাণহানিৰ ঘটনা ঘটিছে। যিসকল বিষয়াই কয়লাৰ এনে খননত অনুমতি দিছে তেওঁলোকৰ বিষয়ে কি ক’ব? বিষয়াবৰ্গৰ শঠা মিতিৰালি অবিহনে এনে ঘটনা নঘটিলহেঁতেন।’

কেন্দ্ৰ আৰু মেঘালয় চৰকাৰক ন্যায়ালয়ে এই প্রশ্ন কৰাৰ আগৰ বছৰ অর্থাৎ ২০১৮ৰ ১৩ ডিচেম্বৰত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত এটা দ’ ৰেট-হ’ল খনিত কৰ্মৰত অৱস্থাত দুৰ্যোগৰ ফলত ১৫জন শ্রমিক আবদ্ধ হৈ পৰে। এই শ্রমিকসকলক উদ্ধাৰ সংক্ৰান্তীয় দিশ ন্যায়ালয়ে বিবেচনা কৰি থকা সময়ত কেন্দ্ৰ আৰু মেঘালয় চৰকাৰৰ প্ৰতি এই কঠোৰ প্ৰশ্নবাণ নিক্ষেপ কৰে।

লক্ষ্যণীয় যে ২০১৪ৰ এপ্ৰিলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে তাৎক্ষণিকভাৱে মেঘালয়ত ৰেট-হ’ল খনি নিষিদ্ধ কৰি কয়লাৰ অবৈধ পৰিবহণ বন্ধ কৰে। তৎসত্ত্বেও ২০১৮ৰ ১৩ ডিচেম্বৰত পূব জয়ন্তীয়া পাহাৰত ১৫জনকৈ শ্রমিক কৰ্মৰত অৱস্থাত অবৈধ খনিত আবদ্ধ হৈ পৰা ঘটনাটো সংঘটিত হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশটোক সমর্থন জনায় উচ্চতম ন্যায়ালয়েও। ন্যায়পালিকাৰ এনে কঠোৰতাৰ পাছতো মেঘালয় তথা উত্তৰ-পূবত এন্দুৰৰ গাঁত সদৃশ অবৈধ খনিত কয়লাৰ খনন অব্যাহত থাকে।

উল্লেখ্য যে ২০১২ৰ জুলাইতো মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ নংগালবিৱাত এটা ৰেট-হ’ল খনিত কৰ্মৰত অৱস্থাত ৩০জন শ্রমিক আবদ্ধ হৈ পৰে। এই শ্ৰমিকসকলৰ ১৫জনৰ মৃত্যু হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত কয়লাৰ অবৈধ খনন নিষিদ্ধ কৰা ৰায়ক সমর্থন জনোৱাৰ বাহিৰে একপ্ৰকাৰ গত্যন্তৰ নোহোৱা হয়।

অৱশ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ অধ্যক্ষতাত গঠন কৰা কমিটীখনে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰে যে ন্যায়পালিকাই ৰেট-হ’ল মাইনিং নিষিদ্ধ কৰাৰ পাছতো উত্তৰ-পূবত কয়লাৰ এনে অবৈধ খনন চলি আছে। ইয়াৰ কাৰণ হৈছে উত্তৰ-পূবৰ বিভিন্ন চিমেন্ট উৎপাদনকাৰী প্রতিষ্ঠান আৰু তাপবিদ্যুৎ প্রকল্পই বৃহৎ পৰিমাণৰ কয়লা বিচাৰে।

এইসমূহক যোগান দি বিপুল অংকৰ ধন আহৰণৰ উদ্দেশ্যে অসাধু চক্রই যে ৰেট-হ’ল মাইনিং অব্যাহত ৰাখিছে সেয়া কোৱা বাহুল্য মাথোঁ। ইপিনে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰেট-হ’ল মাইনিঙত আৰোপ কৰা নিষেধাজ্ঞাক প্রত্যাহ্বান জনাই ২০১৯ৰ জুলাইত মেঘালয় চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

অৱশ্যে ন্যায়ালয়ে সেউজ ন্যায়াধিকৰণৰ স্থিতিকে সমর্থন জনাই অবৈধ আৰু অবৈজ্ঞানিক কয়লা খননে সংশ্লিষ্ট অঞ্চলৰ ৰাইজৰ লগতে খনিৰ শ্ৰমিকসকলৰ নতুবা পৰিৱেশৰ স্বাৰ্থ ৰক্ষা নকৰে বুলি উল্লেখ কৰি গোচৰটোৰ মোখনি মাৰে। ন্যায়ালয়ে লগতে এই বুলিও স্পষ্ট কৰি দিয়ে যে যদিও কোনো ভূমিৰ গৰাকীৰ নিজৰ ভূমিত অধিকাৰ থাকে, তথাপি অনিয়ন্ত্ৰিত আৰু অবৈজ্ঞানিক কয়লা খনন চলাব নোৱাৰিব।

খনি আৰু খনিজ সামগ্রী (বিকাশ আৰু নিয়ন্ত্রণ) আইন ১৯৫৭, পৰিৱেশ (সুৰক্ষা) আইন ১৯৮৬ আৰু খনিজ সামগ্ৰী ৰেহাই বিধি ১৯৬০কে ধৰি আইনী বিধি অনুসৰিহে কয়লাৰ খনন হ’ব লাগিব বুলিও ন্যায়ালয়ে উল্লেখ কৰে। আনকি এডোখৰ ভূমিৰ গৰাকীয়ে নিজৰ মাটিত কয়লাৰ খনন কৰিলেও সেয়া সংশ্লিষ্ট আইনী ব্যৱস্থাৰ গণ্ডীত হ’ব লাগিব।

লক্ষ্যণীয় যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত ৰেট-হ’ল মাইনিং নিষিদ্ধ কৰি দিয়া ৰায়ৰ সময়ত ৰাজ্যখনৰ চৰকাৰক কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ ওচৰত এশ কোটি টকা জমা দিবলৈও নির্দেশ জাৰি কৰে। মেঘালয় পৰিৱেশ সুৰক্ষা আৰু বাহালকৰণ পুঁজিৰ পৰা পৰিৱেশক পূর্বাৱস্থালৈ ঘূৰাই নিয়াৰ বাবে কেন্দ্ৰীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ ওচৰত এই বিপুল অংকৰ ধন জমা দিবলৈ সেউজ ন্যায়াধিকৰণে মেঘালয় চৰকাৰলৈ নিৰ্দেশ জাৰি কৰে।

আনহাতে, উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায়দানৰ সময়ত এই বুলি মন্তব্য কৰে যে এন্দুৰৰ গাঁত সদৃশ ব্যৱস্থা সৃষ্টি কৰি কয়লাৰ খনন কৰাটো এটা আদিম পদ্ধতি। এই পদ্ধতিত কয়লা খননৰ বাবে এডোখৰ স্থানত প্রথমে গছ-বন কাটি ভূমি মোকলাই লোৱা হয়। তাৰ পাছতে পাঁচৰ পৰা এশ মিটাৰ দ’ গাঁত খন্দা হয়। এনে গাঁত মাটিৰ তলত থকা কয়লাৰ স্তৰ স্পৰ্শ কৰাকৈ খন্দা হয়। তাৰ পাছতে কয়লাৰ স্তৰক সংযোগ কৰি সুৰংগ খন্দা হয়।

এনে সুৰংগৰ জৰিয়তে কয়লা বাহিৰলৈ অনা হয়। সুৰংগৰে কয়লা বাহিৰলৈ আনিবলৈ কৰ্মৰত শ্রমিকে শংকু আকৃতিৰ বাল্টি বা হস্ত নির্মিত চকা লগা চাঙি ব্যৱহাৰ কৰে। এনে অবৈধ খনি পাহাৰৰ এঢলীয়া ভাঁজত খন্দা হয়। মাটিৰ তলৰ কয়লা হেলনীয়া সুৰংগৰে বাহিৰলৈ অনা হয়। বাহিৰলৈ উলিওৱা কয়লা খনিৰ ওচৰৰ মুকলি ঠাইত শুকাবলৈ দিয়া হয়। শুকোৱাৰ পাছত পৰিবহণ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rate Hole Miningউচ্চতম ন্যায়ালয়কয়লা খননশ্রমিক আবদ্ধ
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d