Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

8th Pay Commission:কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বেয়া খবৰ !

গঠন নহ'ব পাৰে অষ্টম দৰমহা আয়োগ

publisher by publisher
January 16, 2025
in India, News
Reading Time: 2 mins read
0
8th Pay Commission:কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বেয়া খবৰ !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

Dr.Bhupen Hazarika :জন্ম শতবৰ্ষত প্ৰাকমুহূৰ্তত সুধাকণ্ঠ ড:ভূপেন হাজৰিকাক বিশেষ সন্মান কেন্দ্ৰৰ, সুধাকণ্ঠৰ নামত এশটকীয়া মুদ্রা

8th Pay Commission:

কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বেয়া খবৰ ৷ কেন্দ্ৰই হয়তো হয়তো গঠন নকৰিব পাৰে অষ্টম দৰমহা আয়োগ ৷ ফলত স্বতঃস্ফূৰ্ত ভাৱে সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ সম্ভাৱনা আছে পে পেনেল ব্যৱস্থা ৷

ADVERTISEMENT

অৱশ্যে কেন্দ্ৰই কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনৰ বাবে নতুন ব্যৱস্থাৰ কথা চিন্তা কৰিছে। আগন্তুক সময়ত নতুন সূত্ৰৰ সৈতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন নকৰাৰ ইংগিতৰ খবৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ জানুৱাৰী মাহৰ পৰা ৭ম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰিছিল। এই দৰমহা আয়োগৰ কাৰ্যকাল ১০ বছৰ আৰু ২০২৫ চনৰ ৩১ ডিচেম্বৰত ৭ম দৰমহা আয়োগৰ কাৰ্যকাল অন্ত পৰিব। ৭ম দৰমহা আয়োগৰ পূৰ্বে ৪ৰ্থ, ৫ম আৰু ৬ষ্ঠ দৰমহা আয়োগৰো কাৰ্যকাল আছিল ১০ বছৰকৈ। ইয়াৰ বাবেই কৰ্মচাৰী আৰু তেওঁলোকৰ সংঘই অষ্টম দৰমহা আয়োগক অহৰহ দাবী জনাই আহিছে। কিন্তু চৰকাৰে কৈছে যে পূৰ্বে বিশ্বাস কৰা ধৰণে পে পেনেলৰ কাৰ্যকাল নিৰ্দিষ্ট নহয়। আৰু এতিয়া নতুন ব্যৱস্থা ৰূপায়ণৰ কথাই কৰ্মচাৰীসকলৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰিছে।

# কিয় গঠন নহ’ব ৮ম দৰমহা আয়োগ?

প্ৰাপ্ত খবৰ অনুসৰি, পুৰণি পে কমিছনৰ ঠাইত নতুন পদ্ধতিৰে চৰকাৰে চিন্তা-চৰ্চা কৰিছে, য’ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চনৰ পুনৰ সংশোধন কৰা হ’ব। ইয়াৰ পূৰ্বেও খবৰ ওলাইছিল যে কেন্দ্ৰীয় চৰকাৰে পে কমিছনৰ ঠাইত নতুন ব্যৱস্থা অনাৰ কথা চিন্তা কৰিছে, যাতে সময়ে সময়ে দৰমহা আৰু পেঞ্চনৰ পৰিৱৰ্তন হ’ব পাৰে।
সংসদত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে স্পষ্টকৈ কয় যে বৰ্তমান সময়ত অষ্টম দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ নাই, আৰু ইয়াৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়।

#কেন্দ্রীয় কর্মচাৰীসকলে এতিয়া কি কৰিব লাগিব?

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী দৰমহা আয়োগ গঠন নকৰাৰ কথা স্পষ্ট কৰি দিয়াৰ পিছৰে পৰা কেন্দ্ৰীয় কৰ্মচাৰী আৰু তেওঁলোকৰ সংগঠনৰ মাজত ক্ষোভ আৰু অস্থিৰতাৰ সৃষ্টি হৈছে। যোৱা মাহত কৰ্মচাৰী সকলৰ যৌথ মঞ্চ’এন চিএছএছ- এ ঘোষণা কৰিছিল যে যদিহে তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে অহা বছৰৰ পৰা সমগ্ৰ দেশতে এক বৃহৎ আন্দোলন আৰম্ভ কৰিব। কিন্তু, ইয়াৰ পিছত কি হ’ব সেয়া কোৱা টান। কাৰণ চৰকাৰে নিজৰ পর্যায়ত স্পষ্টকৈ কৈছে যে অষ্টম দৰমহা আয়োগ গঠন নকৰে৷

#কেবিনেট সচিবৰ সন্মুখত দাবী উত্থাপন:

এন চি এছএছ (নেচনেল কাউন্সিল-ষ্টাফ চাইড)য়েও চৰকাৰক শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে। এন চি এছএছ ৰ কৰ্মচাৰী সংঘই যোৱা ৩ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেট সচিবলৈ এখন পত্ৰ লিখি এই বিষয়ত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। পত্ৰখনত কোৱা হৈছে যে ৭ম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ ৯ বছৰ হ’ল, এতিয়া ২০২৬ চনৰ পৰা দৰমহা আৰু পেঞ্চনৰ সংশোধনৰ প্ৰয়োজন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 8th Pay CommissionMinistry of Financeunion govtUNION STATE Minister Pankaj Choudhary
publisher

publisher

Related Posts

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d