Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Trump will be sworn in on 20 January: ২০ জানুৱাৰীত ট্রাম্পৰ শপতগ্ৰহণ

নিমন্ত্ৰণ নাপালে বন্ধু' মোদীয়ে !

publisher by publisher
January 16, 2025
in International, News
Reading Time: 3 mins read
0
Trump will be sworn in on 20 January: ২০ জানুৱাৰীত ট্রাম্পৰ শপতগ্ৰহণ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

Trump will be sworn in on 20 January:

অহা ২০ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্রহণ তথা কাৰ্যভাৰ গ্ৰহণ কৰিব ৰিপাব্লিকান ড’নাল্ড ট্রাম্পে। ৱাশিংটন ডিচিৰ কেপিটল হিলত অনুষ্ঠিতব্য ট্রাম্পৰ এই শপতগ্রহণ অনুষ্ঠানে ইতিমধ্যে বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে।

ADVERTISEMENT

ইতিমধ্যে ট্রাম্পে তেওঁৰ শপতগ্রহণ অনুষ্ঠানলৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্র প্রধানক নিমন্ত্রণ জনাইছে। আন্ত:র্জাতিক মান সময় অনুসৰি ২০ জানুৱাৰীৰ নিশা ১০-৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা নৱনির্বাচিত ৰাষ্ট্ৰপতিজনৰ শপতগ্রহণ অনুষ্ঠানলৈ নিমন্ত্রণ লাভ কৰাসকলৰ অন্যতম হৈছে ইটালীৰ প্রধানমন্ত্রী জিঅ’র্জিয়া মেল’নী চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বান, আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই, এল ছালভাডৰৰ ৰাষ্ট্ৰপতি নায়িব বুকেলে আদি। ট্রাম্প-ভান্স শপতগ্রহণ অনুষ্ঠান আয়োজন সমিতিৰ নিমন্ত্রণমর্মে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনৰ আগন্তুক শপতগ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধিত্ব কৰি অংশ ল’ব বৈদেশিক মন্ত্রী ড: এছ জয়শংকৰে।

এই কথা সদৰী কৰি দেশৰ বৈদেশিক মন্ত্রণালয়ে এক বিবৃতিত কয়, ‘ট্রাম্প-ভান্স শপতগ্রহণ অনুষ্ঠান আয়োজন সমিতিৰ নিমন্ত্রণ মর্মে বৈদেশিক মন্ত্রী ড: জয়শংকৰে ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব।

লক্ষ্যণীয় যে শেহতীয়াভাৱে এক পাঁচদিনীয়া কার্যসূচীৰে মার্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে বৈদেশিক মন্ত্রী ড: জয়শংকৰে। ট্রাম্পে তেওঁৰ শপতগ্ৰহণলৈ ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বলছ’নাৰোকো নিমন্ত্রণ জনাইছে। লক্ষ্যণীয়ভাৱে ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানলৈ সোঁপন্থী ৰাজনীতিকৰূপে চর্চিত কে’বাজনো ৰাষ্ট্রপ্রধান বা চৰকাৰপ্ৰধানে নিমন্ত্রণ পাইছে।

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰূপে শপতগ্রহণ কৰিবলগীয়া ট্রাম্পৰ আগন্তুক শপতগ্ৰহণ অনুষ্ঠানত তিনি অর্বুদপতি এল’ন মাস্ক, জেফ বেজ’ছ আৰু মার্ক জুকাৰবার্গো উপস্থিত থকাৰ কথা। তদুপৰি ‘অ’পেন এ আই’ৰ মুখ্য কাৰ্যবাহী বিষয়া ছেম অল্টমান, তিনি প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, জর্জ ডব্লিউ বুশ্ব আৰু বিল ক্লিন্টনেও দেশখনৰ আগন্তুক কাৰ্যকালৰ ৰাষ্ট্ৰপতিজনৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা।

ইতিমধ্যে ৰাষ্ট্ৰপতি জ’ বাইডেনেও ট্রাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিতি দিছে। ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নে নাথাকে তাক লৈ হোৱা বিতৰ্কক ল’ৰামতীয়া কথা-বতৰা বুলি আখ্যা দি এনে বিতৰ্ক ৰাষ্ট্ৰপতিজনে নাকচ কৰিছে। আনহাতে, ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত জাপানৰ বৈদেশিক মন্ত্রী টাকেশ্বি ইৱায়ায়ো অংশ লোৱাৰ কথা।

লক্ষ্যণীয় যে বিগত কার্যকালৰ সময় (২০১৬-২০২০)ত একাংশ বিদেশী ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰপ্ৰধানৰ স’তে ট্রাম্পৰ সম্পৰ্ক ঘনিষ্ঠ হৈছিল। এইসকলৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইটালীৰ প্রধানমন্ত্রী মেল’নী, ব্রাজিলৰ প্রাক্তন ৰাষ্ট্ৰপতি বলছনাৰো, হাংগেৰীৰ প্রধানমন্ত্রী অর্বান আদি আছে। মোদীক বাদ দি ইয়াৰে মেল’নী, অৰ্বান আদিক ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত দেখাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

ভাৰতৰ প্রধানমন্ত্রী মোদীয়েও ট্রাম্পক বন্ধুৰ মৰ্যাদা দি আহিছে। ইপিনে, ট্রাম্পৰ আগন্তুক শপতগ্ৰহণৰ ক্ষেত্ৰত অধিক লক্ষ্যণীয় দিশটো হ’ল অনুষ্ঠানলৈ চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে নিমন্ত্রণ লাভ কৰাটো। চীনক সদায়ে মার্কিন প্রশাসনে বিৰোধিতা কৰি অহাটো এক সর্বজনবিদিত কথা। চর্চিত হৈছে যে দুয়োখন দেশৰ মাজৰ এই বৈৰিতা দূৰ কৰাৰ উদ্দেশ্যে ট্রাম্পে ৰাষ্ট্ৰপতি জিনপিঙক তেওঁৰ আগন্তুক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে।

আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ‘বন্ধু’ ট্রাম্পৰ পৰা এই অনুষ্ঠানলৈ আমন্ত্রণ নাপালে বুলি চর্চা হৈ আছে। সামাজিক মাধ্যমতো এই কথা চর্চিত হৈছে। ইপিনে, আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি মিলেই এইবাৰ ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানলৈ প্রতিনিধি প্ৰেৰণৰ পৰিৱৰ্তে নিজেই অংশ লৈ এক পৰম্পৰা ভংগ কৰিব বুলি চর্চিত হৈছে।

লক্ষ্যণীয় যে ট্রাম্প দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ পাছত তেওঁলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰা ৰাষ্ট্ৰপ্ৰধানজন হ’ল এল ছালভাডৰৰ ৰাষ্ট্ৰপতি বুকেলে। মধ্য আমেৰিকাত বুকেলেক ট্রাম্পে মূল সহযোগীৰূপে বিবেচনা কৰিছে। আনহাতে, ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লৈ নতুন মার্কিন প্ৰশাসনৰ স’তে সম্পৰ্ক নিৰ্মাণৰ লক্ষ্য লোৱা বুলি প্ৰকাশ কৰিছে জাপানৰ বৈদেশিক মন্ত্রী টাকেশ্বিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPTaking OathUs PresidentXi Jinpingজিঅ'র্জিয়া মেল'নী
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d