ক’ৰনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ৯০ৰ দশকৰ জনপ্ৰিয় গীতিকাৰ আদাম ছেলছিংগাৰে । কেইবাদিন ধৰি অসুস্থ হৈ আছিল শিল্পী গৰাকী । শিল্পী গৰাকীৰ শৰীৰত ধৰা পৰিছিল মাৰাত্মক ক’ৰনা ভাইৰাছৰ সংক্ৰমণ । ৫২ বছৰীয়া এই শিল্পীগৰাকীয়ে ৰক ব্ৰেণ্ড ‘ৱানে’ৰ গীতিকাৰ হিচাপে অশেষ জনপ্ৰিয় হৈছিল।২০০৯ চনত ‘কলবাৰ্ট খ্ৰীষ্টমাছ : দ্যা গ্ৰেটেষ্ট গিফ্ট অৱ অল’ শীৰ্ষক সংগীত জগতৰ বিখ্যাত গ্ৰেমী বঁটা লাভ কৰিছিল। আদামৰ গীতে একাধিক বাৰ অস্কাৰ, গোল্ডেন গ্লোব, এমী আদি বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছিল।
বিখ্যাত ৰক ব্ৰেণ্ড ‘ৱানে’ৰ গীতিকাৰ আদাম ছেলছিংগাৰৰ পৰলোক
-
By publisher

- Categories: COVID-19, News
- Tags: ADAM SCHLESINGERCovid-19FIGHT AGAINST COVID-19NEW YORKSTAY HOME STAY SAFE
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026