কোকৰাঝাৰত ক’ভিড ১৯ ত আক্ৰান্ত হোৱা নাই যদিও জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২,৬০০ জন লোকক আছুতীয়াকৈ ৰখা হৈছে ৷ এই কথা সদৰি কৰিছে জিলা তত্ত্বাৱধায়ক বিষয়া ডা° অমল মুছাহাৰীয়ে ৷ তেওঁ জনায় যে এই লোকসকলৰ ভিতৰত ২০৩৪ জনক ঘৰত আৰু ৫৬৬ জনক স্থাপন কৰা ছটা আছুতীয়া কেন্দ্ৰত ৰখা হৈছে ৷ ইপিনে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰৰ প্ৰতিটো নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈ ৰাইজক আহ্বান কৰিছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে ৷ লগতে তেওঁ চৰকাৰৰ দ্বাৰা সাহায্য অতি শীঘ্ৰে দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিবলৈ দাবী জনায়।
আক্ৰান্ত হোৱা নাই যদিও কোকোৰাঝাৰত ২৬ শ জন লোক কোৱাৰেন্টাইনত
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19KokrajharSTAY HOME STAY SAFE
Related Content
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026
Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান
By
publisher
March 10, 2026