কামৰ সন্ধানত তেলেংগানালৈ যোৱা গোৱালপাৰা জিলাৰ মাটিয়া, নয়াপাৰা, সিধাবাৰী অঞ্চলৰ প্ৰায় ১২০ গৰাকী শ্ৰমিকৰ মাজত সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কৰ’না ভাইৰাছৰ আতংকৰ বাবে সমগ্র দেশতে ২১ দিনীয়া তলাবন্ধ ঘোষণা কৰাত আবদ্ধ হৈ পৰিছে শ্ৰমিক সকলে। ইয়াৰ মাজতে কেইবাগৰাকী মহিলা আৰু শিশু ও আছে । বৰ্তমান তেওঁলোকৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ পিছতো স্থানীয় চৰকাৰেও তেওঁলোকক বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেলেংগানাত থকা সিধাবাৰীৰ যুৱক ফিৰোজ আলীয়ে আজি ফোনযোগে জানিবলৈ দিয়াৰ লগতে অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনক অতি শীঘ্ৰেই তেঁওলোকক গোৱালপাৰালৈ লৈ অনাৰ ব্যৱস্থা কৰাৰ দাবী জনায়।
তেলেংগানাত আবদ্ধ গোৱালপাৰাৰ ১২০ গৰাকী শ্ৰমিকৰ হাহাকাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFETELANGANA
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026