দেশৰ কৰ’না সংক্ৰমণৰ মূল অভিকেন্দ্ৰ হিচাপে বিবেচিত দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠান লগত কোনো সম্পৰ্ক নথকা ৰাজ্যৰ একমাত্ৰ কৰ’নাত আক্ৰান্ত মহানগৰীৰ মণিষ তিব্ৰেৱালৱে বসবাস কৰা স্পেনিছ গাৰ্ডেনত সোমবাৰে দিনৰ ভাগত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি বুজ লয়। সমগ্ৰ চৌহদৰ পৰিস্থিতি বুজ লোৱাৰ পাছত সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে মণিষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ৪৮ জন লোকৰ পৰীক্ষাত কৰ’নাৰ উপস্থিতিৰ ধৰা পৰা নাই বুলি কয়।’ তেওঁ কয়, ”স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মণিষ তিব্ৰেৱালৰ দেহত কৰ’নাৰ উপস্থিতিৰ নিশ্চিত হোৱাৰ পাছত এতিয়ালৈকে কেনেকৈ তেওঁৰ দেহত কৰ’না সংক্ৰমণ হ’ল জানিব পৰা হোৱা নাই। সেইবাবে আমি স্পেনিছ গাৰ্ডেনক গুৱাহাটীৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিছো।’’
স্পেনিছ গাৰ্ডেনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : স্পেনিছ গাৰ্ডেনক গুৱাহাটীৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিছো
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19Spanish GardenSTAY HOME STAY SAFEZOO ROAD GUWAHATI
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025