দেশজুৰি হোৱা তলাবন্ধৰ সময়ছোৱাত নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত ২১টা গোচৰ ৰজু হোৱাৰ লগতে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২৬ মাৰ্চৰ পৰা বুধবাৰে বিয়লিলৈকে জিলাখনৰ বিভিন্ন স্থানত ৩১৫ খন বাহন জব্দ কৰিছে ৷ ইয়াৰে এখন ট্ৰাক, ৩৬ খন চাৰিচকীয়া বাহন, ৫ খন তিনিচকীয়া বাহন আৰু ২৭৩ খন দুচকীয়া মটৰচাইকেল আছে ৷ আনহাতে বন্ধৰ সময়ছোৱাত বিভিন্ন গাড়ী চালকৰ পৰা ১৩ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে ৷
নগাঁৱত তলাবন্ধ উলংঘাকাৰীক গ্ৰেপ্তাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownNagaonSTAY HOME STAY SAFE
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026