ক’ভিড ১৯ এ মহামাৰীৰ পৰিপেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে গঠন গঠন কৰা পি এম কেয়াৰ্ছ পুঁজিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি এমাহৰ দৰমহা বৰঙনি হিচাপে আগবঢ়াই ৷ ইফালে ৰাজ্যবাসীক ক’ভিড ১৯ ৰ সংক্ৰমণৰ পৰা যাতে অনতিপলমে মুক্তি দিব পাৰে ৷ তাৰ কাৰণে পাৰ্যমানে চেষ্টা কৰিছে ৰাজ” চৰকাৰে ৷ আনহাতে ক’ভিড ১৯ এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি দিনটোতো মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি তথা অসম আৰোগ্য নিধিলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে বৰঙনি আগবঢ়াইছে ৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিধায়ক ৰাজদীপ গোৱালাই ৫ লাখ টকা,ভাৰতীয় জনতা পাৰ্টীৰ কৰিমগঞ্জ জিলা সমিতিয়ে ১ লাখ টকা,কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাই ৫১ হাজাৰ টকা,গোপীনাথ জুৱেলাৰ্চে ২লাখ টকা, এছ বি এন্টাৰপ্ৰাইজে ৫১ হাজাৰ টকা, বৃহত্তৰ গুৱাহাটী মাৰোৱাৰী যুৱ মঞ্চই ১ লাখ টকা, লায়ন্স আই হাস্পতালে ১ লাখ টকাৰ উপৰিও অন্যান্য বহু ব্যক্তি তথা দল সংগঠনে ক’ভিড ১৯ ৰ লগত মোকাবিলা কৰিবলৈ সাহাৰ্য আগবঢ়াই ৷
প্ৰসংগঃ ক’ভিড-১৯
-
By publisher

- Categories: COVID-19, News
- Tags: AssamCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONALockdownSarbananda SonowalSTAY HOME STAY SAFE
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026