কৰ’নামুক্ত হ’ল উহান । কৰ’নাৰ সুদীৰ্ঘ ১১ সপ্তাহ ধৰি তলাবন্ধ হৈ থকাৰ পাছত অৱশেষত স্বাভাৱিক জীৱনৰ ছন্দ ঘূৰাই পালে চীনৰ ক’ৰনা আক্ৰান্তৰ চহৰ উহানে । ৭৬ দিন ধৰি জনশূন্য হৈ থকা উহানৰ ৰাজপথত এতিয়া লাহে লাহে স্বাভাৱিক জীৱন প্ৰত্যক্ষ হ’বলৈ ধৰিছে । ক’ৰনা ভাইৰাছৰ কবলৰ পৰা মুক্ত হোৱাৰ পাছত উহানত প্ৰথম ৰেল চলাচল আৰম্ভ হয় । ৭৬ দিন ধৰি তলাবন্ধ হৈ থকাৰ পাছত উহানলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছত প্ৰশাসনে কিছু শিথিলতা অৱলম্বন কৰিছে । উহানৰ হুৱেইত ইতিমধ্যে ব্যৱসায়-বাণিজ্য পুনৰ আৰম্ভ হৈছে । হুৱেইৰ ১১লাখ নাগৰিকে ৰাস্তালৈ ওলোৱাৰ অনুমতিও লাভ কৰিছে । হুৱেই প্ৰদেশত এতিয়া এজনো ক’ৰনাত আক্ৰান্ত লোক নাই।চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙে ক’ৰনাৰ সৈতে যুজঁত জয়ী হোৱাৰ বাবে উহানক ‘বীৰত্বৰ চহৰ’ বুলিও অভিহিত কৰিছে।
৭৬ দিনৰ পিছত তলাবন্ধ প্রত্যহাৰ উহানত
-
By publisher

- Categories: COVID-19, News
- Tags: CHAINACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFEWuhan
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026