- আগন্তুক গ্ৰীষ্মকালীন বন্ধ বাতিল কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।
- ক’ৰনা মহামাৰীৰ সংক্ৰমণৰ ফলত আদালতত যথেষ্ট কৰ্মদিন নষ্ট হৈছে ।
- কৰ্মদিন হ্রাসৰ এই ঘাটি পূৰণ কৰিবলৈ অহা জুন মাহত দিল্লী উচ্চ ন্যায়ালয় খোলা ৰখা হ’ব।
- গৰম বন্ধৰ এই কালছোৱাত আদালতত গোচৰৰ শুনানি গ্ৰহণৰ লগতে অন্যান্য কাম-কাজ বাহাল থাকিব।
- দিল্লীৰ উচ্চ ন্যায়ালয়ৰ অধীনস্থ সকলো আদালত গ্ৰীষ্মকালীন বন্ধত খোলা থাকিব বুলিও নিৰ্দেশনাত উল্লেখ কৰা আছে।
ক’ৰনা সংক্ৰমণত কৰ্মদিন হ্ৰাস
-
By publisher

- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026