- আগন্তুক গ্ৰীষ্মকালীন বন্ধ বাতিল কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।
- ক’ৰনা মহামাৰীৰ সংক্ৰমণৰ ফলত আদালতত যথেষ্ট কৰ্মদিন নষ্ট হৈছে ।
- কৰ্মদিন হ্রাসৰ এই ঘাটি পূৰণ কৰিবলৈ অহা জুন মাহত দিল্লী উচ্চ ন্যায়ালয় খোলা ৰখা হ’ব।
- গৰম বন্ধৰ এই কালছোৱাত আদালতত গোচৰৰ শুনানি গ্ৰহণৰ লগতে অন্যান্য কাম-কাজ বাহাল থাকিব।
- দিল্লীৰ উচ্চ ন্যায়ালয়ৰ অধীনস্থ সকলো আদালত গ্ৰীষ্মকালীন বন্ধত খোলা থাকিব বুলিও নিৰ্দেশনাত উল্লেখ কৰা আছে।
ক’ৰনা সংক্ৰমণত কৰ্মদিন হ্ৰাস
-
By publisher
- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
HOJ YATRA :উত্তৰ- পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হ'ল পৱিত্ৰ হজ যাত্ৰা
By
publisher
May 16, 2024
Supreme Court Ruling On Illegal Citizens:অবৈধ নাগৰিক সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
By
publisher
May 16, 2024
Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !
By
publisher
May 16, 2024