কৰ’না মহামাৰীয়ে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা দুর্বল কৰি তোলাৰ সময়তে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে অসম চৰকাৰৰ পুঁজিলৈ আর্থিক সাহায্য আগবঢ়াই আহিছে। আজি নদুৱাৰ খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে অসম আৰোগ্য নিধিলৈ ৫,৬৫,৫৫৪টকা আগবঢ়াই। নদুৱাৰ খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গোটৰ অন্যতম বিষয়ববীয়া জ্যোতি ভট্টাচাৰ্যই কয় যে এই দুৰ্যোগৰ সময়ত চৰকাৰখনক সহায় কৰাটো আমাৰ মহান দায়িত্ব। এই উদ্দেশ্যৰেই আমি অসম আৰোগ্য নিধিলৈ আমি প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে এদিনৰ দৰমহা আগবঢ়াইছোঁ। ভৱিষ্যতে প্ৰয়োজন হ’লে ৰাজ্য চৰকাৰখনক আমি সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
নদুৱাৰ খণ্ডৰ প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰদান কৰিলে ৫,৬৫,৫৫৪ টকা
-
By publisher

- Categories: City, COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025