অসমত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে ৷ আজি নতুনকৈ কৰ’নাৰ অৱস্থিতি ধৰা পৰা লোক দুজন মৰিগাঁৱৰ। আনহাতে এই লোককেইজনৰো নিজামুদ্দিন মাৰ্কাজৰ লগত প্ৰত্যেক্ষ সম্পৰ্ক আছে বুলি টুইটাৰ যোগে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইপিনে সম্প্ৰতি অসমত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে পাঁচজন লোক ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে এজনৰ ৷ কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা পাঁচজন লোকক ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই ৷
অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩৪ লৈ বৃদ্ধি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026