মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বাৰ্তালাপ

sonowal 7591

SIGNUM:‚¶ê$X‰?píBoŸÐŸ

তলবন্ধৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহৰ বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা।
◆ মেঘালয়ৰ মাজেদি বৰাক উপত্যকালৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ সুচল সৰবৰাহ নিশ্চিতকৰণৰ সন্দৰ্ভত উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান।
◆ ক’ভিড-১৯ এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ  মোকাবিলা কৰাৰ বাবে অনাগত দিনত দুয়োখন ৰাজ্যই যৌথ সহযোগিতাৰে কাম কৰাৰ দিশত দুয়োগৰাকীয়ে আলোচনা কৰে।
Exit mobile version