নগাঁও জিলাৰ ধিঙৰ চলা পথাৰত মঙ্গলবাৰে বজ্ৰপাতৰ ফলত গিয়াছ উদ্দিন নামৰ এজন কৃষকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ বন্যা বৈছে। কৃষকজনৰ নাম গিয়াছ উদ্দিন। ঘটনাক্ৰমে মঙ্গলবাৰে দুপৰীয়া গিয়াছ উদ্দিন নামৰ কৃষকজনে পথাৰত কাম কৰি থকাৰ সময়তে এক মান বজাত বজ্রপাত পৰাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালে সদৰী কৰিছে । উল্লেখ্য যে বজ্ৰপাত পৰা কৃষকজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ ধিঙৰ আৰ ইউত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ধিঙত বজ্ৰপাত পৰি কৃষকৰ মৃত্যু
-
By publisher
![Assam News Today | ধিঙত বজ্ৰপাত পৰি কৃষকৰ মৃত্যু - Dainik Agradoot | how to deal with rain on T1181023](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/04/how-to-deal-with-rain-on-T1181023.jpg?fit=960%2C497&ssl=1)
- Categories: News
- Tags: AssamCovid-19FIGHT AGAINST COVID-19LockdownSTAY HOME STAY SAFE
Related Content
Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ'ল বাকিংহাম পেলেচৰ বেলকনি
By
publisher
July 13, 2024
3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !
By
publisher
July 13, 2024
GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ
By
publisher
July 13, 2024
Assam Society of Bangalore organizes Green Move:অসম চ'ছাইটি অৱ বেঙ্গালুৰুয়ে গ্ৰহণ কৰিছে গ্ৰীণ মুভৰ পদক্ষেপ
By
publisher
July 13, 2024