কৰ’না সংক্ৰমণ প্ৰতিৰোধকল্পে দেশ তথা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ অব্যাহত থকা সময়তে দেওবাৰে নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ গেটৰ তলাভাঙি থকা অৱস্থা এজন দুৰ্বৃত্তক হাতে-লোতে আটক কৰে কৰ্মচাৰীয়ে । ঘটনাক্ৰমে প্ৰাচীন পীঠখনৰ দক্ষিণ দিশত থকা মূল গেটখনত বিয়লি প্ৰায় ১-৩০ বজাত এজন যুৱকে তলা ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে একাংশ কৰ্মচাৰীয়ে দুৰ্বৃত্তজনক হাতে-লোতে আটক কৰে । নিজকে ভয়ৰা শোলমাৰীৰ জনৈক ৰিজু আহমেদ বুলি পৰিচয় দিয়া যুৱকজনক দেৱালয় কৰ্তৃপক্ষই বেলশৰ আৰক্ষীক গতাই দিয়ে | যুৱকজনে কি উদ্দেশ্যৰে তলা ভাঙি দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল সেয়া অদ্যপি স্পষ্ট হোৱা নাই যদিও তলাবন্ধৰ সুযোগত প্ৰাচীন দেৱালয়খনত লুটপাত চলোৱাৰ অভিসন্ধিৰেই দুৰ্বৃত্তজনে গেটৰ তলা ভাঙে বুলি দেৱালয় কৰ্তৃপক্ষই দাবী কৰে ।
তলাবন্ধৰ মাজতে বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ তলা ভাঙিলে দুৰ্বৃত্তই :
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownNALBARI
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026