বিশ্বত্ৰাস ক’ভিড-১৯ বীজাণু সংক্ৰমণৰ ৰেড জ’ন হিচাপে ৰাজ্যৰ কে’বাখনো জিলাৰ লগতে চিহ্নিত হৈছে নলবাৰী জিলা । যাৰ পৰিপ্ৰেক্ষিতত কৰ’নাক ৰোধিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত নলবাৰী পৌৰসভা এলেকাৰ ভিতৰত ৰাজহুৱা স্থানত থু পেলোৱা বা ধোৱাঁবিহীন ধপাত খাই পিকোৱাটো নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে। কিয়নো থু বা পিকৰ জৰিয়তে সংক্ৰমণৰ আশংকা থাকে । সেইবাবেই পৌৰসভা এলেকাৰ ৰাজহুৱা স্থানত থু বা পিক পেলোৱাটো আইনমতে দণ্ডণীয় কাৰ্য হিচাপে ঘোষণা কৰা হৈছে আৰু এই নিৰ্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে এহেজাৰ টকা জৰিমনা বিহাৰ কথা নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।
এইখন অসমতেই নিষিদ্ধ হ’ল পিক্ পেলোৱা
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownSTAY HOME STAY SAFE
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026